W7s news
গুৱাহাটী: গুৱাহাটীৰ মালিগাঁৱৰ
সুভাষ নগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ লাইখুটাঁ দেওবাৰে কমিটীৰ বিষয়ববীয়া সকলে স্থাপন কৰে।
এইবেলি ৫২ সংখ্যক বৰ্ষত খোজ পেলাইছে পূজা কমিটীখনে। এইবাৰ কমিটীৰ মূল উদ্দেশ্য হৈছে এই যান্ত্ৰিক চহৰখনৰ মাজতেই দৰ্শকে যাতে শিপাৰ সুবাস বিচৰাৰ প্ৰয়াস। সেয়েহে এইবেলি
আমাৰ পৰম্পৰাগত শস্য চপোৱা উৎসৱ 'নবান্ন'ক থিম হিচাপে বাচি লৈছে। তদুপৰিঢ় পাণ্ডেলৰ কাম সম্পূৰ্ণ কৰিবলৈ কমিটীয়ে অসম আৰু কলকাতাৰ থলুৱা শিল্পীৰ সহায় লৈছে।
পূজা কমিটিৰ বিষয়ববীয়াসকলে উল্লেখ কৰা যে সুভাষ নগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে এইবেলি ৫২ সংখ্যক বৰ্ষত খোজ পেলাইছে। আজিৰ প্ৰজন্মই আমাৰ খেতি-পথাৰ আৰু গ্ৰাম্য সংস্কৃতি প্ৰায় পাহৰি পেলাইছে। সেইবাবেই আমি এইবাৰ আমাৰ পৰম্পৰাগত শস্য চপোৱা উৎসৱ 'নবান্ন'ক থিম হিচাপে বাচি লৈছোঁ। পণ্ডেলটো সম্পূৰ্ণ কৰিবলৈ আমি অসম আৰু কলকাতাৰ থলুৱা শিল্পীৰ সহায় লৈছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে এই যান্ত্ৰিক চহৰখনৰ মাজতেই দৰ্শকে যাতে আমাৰ শিপাৰ সুবাস বিচাৰি পায় তাৰে প্ৰয়াস কৰা। লাইখুঁটা স্থাপন অনুষ্ঠানত মুখ্য আহ্বায়ক সুব্ৰত দে,সভাপতিঃ পলাশ দাস, গৌতম মজুমদাৰ, সজল দাস
উপ সভাপতি: -* পিংকু বিশ্বাস, ইশা ৰাও, বিনয় বানিক, মন্টু দাস,
কাৰ্যকৰী সভাপতি: পিন্টু দে, শংকু ৰায়, দেবাব্ৰত সেন, ৰাজীব বিশ্বাস,সাধাৰণ সম্পাদক: -* অবিজিত ৰায়, দীপজ্যোতি দে, সহকাৰী সম্পাদক: স্নেহাময় দে, সুভম দাস,কোষাধ্যক্ষ দিপাংকৰ ৰায়, অভিজিত চৌধুৰী,সংগ্ৰহ সম্পাদক: -* জয়ন্ত নেগো, কৃষ্ণ মগৰ, ৰোহন বানিক, সুবীৰ কৰ্মকাৰ, সুজিত বিশ্বাস, সাজল দে,
ক্ষেত্ৰ সম্পাদক:* সুদীপ ভৌমিক, অজয় দে, বিশাল দে,সাংস্কৃতিক সম্পাদক: -* পলাশ দাস, গৌতম মজুমদাৰ,সংবাদ মাধ্যমৰ সমন্বয়ক: - সৌৰভ দে উপস্থিত থাকে।
কমিটীয়ে পূজাৰ আয়োজনত ৰাইজৰ
উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
No comments:
Post a Comment