বান সাহায্যৰ প্ৰচেষ্টাত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি পাঞ্জাব এণ্ড সিন্ধ বেংকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 25 August 2026

বান সাহায্যৰ প্ৰচেষ্টাত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি পাঞ্জাব এণ্ড সিন্ধ বেংকৰ


 

W7s news,,নতুন দিল্লী, ২8 আগষ্ট, ২০২৬: অসমৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসমূহৰ বাবে সাহায্য আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ পাঞ্জাব এণ্ড সিন্ধ বেংকে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

 

প্ৰয়োজনৰ সময়ত জনসাধাৰণৰ  সৈতে একেলগে থিয় দিয়াৰ বাবে বেংকটোৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি এই অৱদানে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চলি থকা সাহায্য আৰু পুনৰসংস্থাপন  প্ৰচেষ্টাক সমৰ্থন কৰিব।

 

পাঞ্জাব এণ্ড সিন্ধ বেংক নিজৰ সামাজিক দায়িত্ব পালন আৰু জনসাধাৰণৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পদক্ষেপসমূহক সমৰ্থন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here