ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 2 June 2026

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক সম্বৰ্ধনা

 




W7s news গুৱাহাটী: গুৱাহাটীৰ  ৰূপনগৰস্থিত ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মঙলবাৰে মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ বিজয় গুপ্তাক  সম্বৰ্ধনা জনোৱা হয়।  

নামঘৰৰ উপদেষ্টা, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নামঘৰ কতৃপক্ষৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি  বিধায়ক ড০ বিজয় গুপ্তাই নামঘৰ কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।  

তেওঁ লগতে নামঘৰৰ আধৰুৱা কাম-কাজ আৰু অঞ্চলটোৰ সমস্যাৰ বুজ লয়। তেওঁ অঞ্চলবাদী ৰাইজৰ সহায়-সহযোগিতাত অঞ্চলবাসীৰ সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে আৰু সেৱাৰ মনোভাৱেৰে সকলোকে আগবাঢ়ি যাবলৈ কয়।

এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি নামঘৰৰ বিষয়ববীয়া, সমূহসদস্য উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here