W7s news,,গুৱাহাটী: এক উত্তেজনাপূৰ্ণ সন্ধিয়াত মটৰ চাইকেল, সংগীত আৰু অট’ম’টিভৰ সংস্কৃতিৰ সংমিশ্ৰণেৰে ২৭ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব ৰয়েল এনফিল্ডৰ জি আৰ আৰ আৰ নাইট্ছ৷ মটৰ চাইক্লিং আৰু ইয়াৰ উপ-সংস্কৃতি, প্ৰদৰ্শনকাৰী সৰঞ্জাম, সংগীত আৰু প্ৰকাশভংগীক উদ্যাপন কৰিবলৈ আয়োজন কৰা জি আৰ আৰ আৰ নাইট্ছ অনুষ্ঠিত কৰা হ’ব গুৱাহাটীৰ ইম্পেৰিয়েল ষ্টেটত৷ ইয়াৰ টিকটসমূহ উপলব্ধ হ’ব ডিষ্ট্ৰিক্ট এপত৷ অনুষ্ঠানটোত দৰ্শকৰ বাবে কণ্ট্ৰলড স্পীড আৰু মেচিন হেণ্ডলিঙৰ কলা নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা প্ৰদানৰ বাবে থাকিব ড্ৰেগ এণ্ড ড্ৰিফট ক্লিনিক৷ লগতে থাকিব যাত্ৰীৰ আসনত বহি ড্ৰিফটিঙৰ ৰোমাঞ্চকৰ অনুভৱ কৰিব পৰা সুবিধা৷ তদুপৰি কাষ্টম মটৰ চাইকেল শ্ব’কেছ, ছুপাৰকাৰ মীটআপৰ ব্যৱস্থাও কৰা হ’ব৷ ইয়াৰ সমান্তৰালকৈ অনুষ্ঠান পৰিবেশন কৰিব ই পি আৰ আয়াৰ, শ্বেডি মেল’, ডি জে টালাম আৰু ডি জে জিউকে৷
Post Top Ad
Responsive Ads Here
Tuesday, 24 March 2026
গুৱাহাটীত ৰয়েল এনফিল্ডৰ জি আৰ আৰ আৰ নাইট্ছ
Tags
# -
# - গুৱাহাটী
# - ব্যৱসায়-বাণিজ্য
Share This
About W7S News
- ব্যৱসায়-বাণিজ্য
Labels:
-,
- গুৱাহাটী,
- ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.

No comments:
Post a Comment