এক্সপ’ত শ্ৰেষ্ঠ সামগ্ৰিক ষ্টল বঁটা লাভ কৰে কলাৰ্ছ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 29 January 2026

এক্সপ’ত শ্ৰেষ্ঠ সামগ্ৰিক ষ্টল বঁটা লাভ কৰে কলাৰ্ছ

 

W7s news,,গুৱাহাটী, ২৯ জানুৱাৰীঃ আঠগাঁৱৰ শ্ৰী গুৱাহাটী গৌশালাৰ বৃন্দাবন গাৰ্ডেনত গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেন্ট এচ্ছছিএচিয়ান (জেমা) ৰ উদ্যোগত  অনুষ্ঠিত চাৰিদিনীয়া ইলেক্ট্ৰ’ফেষ্ট ২.০ এক্সপ’ৰ সময়ত কলাৰ্ছৰ ষ্টললৈ শ্ৰেষ্ঠ সামগ্ৰিক ষ্টল শাখাত "সৰ্বাধিক বহুমুখী সামগ্ৰী প্ৰদৰ্শনী" বঁটা প্ৰদান কৰা হয়। জেমাৰ সভাপতি নৱল কিশোৰ চৰ্দাই আৰু ইলেক্ট্ৰ’ফেষ্টৰ অধ্যক্ষ গোপাল পাছাৰীয়ে কলাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক শশীকান্ত বিয়ানীক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে শশীকান্ত বিয়ানী আৰু বেদ বিয়ানীৰ লগতে কালাৰ্ছৰ উত্তৰ-পূবৰ মুৰব্বী প্ৰভাত চন্দক, সহযোগী কমল ছোনী আৰু পংকজ মুন্ধ্ৰ। মন কৰিবলগীয়া যে ইলেক্ট্ৰ’ফেষ্ট এক্সপ’ৰ সময়ত কালাৰছে শিশু আৰু মহিলাৰ মনোৰঞ্জনৰ বাবে এটা সুকীয়া গেম জ’ন ষ্টল স্থাপন কৰিছিল, যিটো আছিল এক ডাঙৰ ড্ৰ’। কালাৰছৰ আতিথ্য আৰু প্ৰদৰ্শনেও এক্সপত আহা দৰ্শকক মোহিত কৰিছিল।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here