W7s news গুৱাহাটী:
বিগত বছৰৰ দৰে এই বেলিও সৃষ্টি চিনে প্ৰডাকচনৰ উদ্যোগত আৰু টাইম নিউজ অসম নৰ্থ ইষ্টৰ সহযোগত অসমৰ ৰাইজৰ হকে কাম কৰি অৰিহণা যোগাই অহা কেবা গৰাকিও বিশিষ্ট ব্যক্তিক মঙলবাৰে গুৱাহাটী
পেঞ্চনাৰ্চ ভৱনৰ প্ৰেক্ষাগৃহত
সৃষ্টি চিনে বঁটা ২০২৫/২৬ প্ৰদান কৰা হয়। সৃষ্টি চিনে প্ৰডাকচনৰ সভাপতি ৰশ্মিৰেখা ভট্টাচাৰ্যই আঁতধৰা সভাখন সভপতিত্ব কৰে বিতুমণি গোস্বামীয়ে। সভাত
বিশিষ্ট অতিথি হিচাপে সংগীত পৰিচালক বিকাশ বৰুৱা,সংগীত পৰিচালক মনিন বৰুৱা,গীতিকাৰ ৰঞ্জিত বৰুৱা,কণ্ঠ শিল্পী কাকলি গোহাঁই,সমাজ সেৱক ত্ৰিদীপ কলিতা, গ্ৰীণ মাইন্ডৰ পৰিচলন সঞ্চালক দিগন্ত চুতীয়া উপস্থিত থাকি বঁটা প্ৰাপকসকলক শুভেচ্ছা জনোৱাৰ লগতে উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। এই সভাত
জীৱনজোৰা সংগীত সাধনা বঁটা ২০২৫/২৬ বিশিষ্ট সংগীত শিল্পী
ভদ্ৰকান্ত দাসক প্ৰদান কৰা হয়। সেইদৰে
জীৱনজোৰা গোৱালপৰীয়া লোকসঙ্গীত সাধনা বঁটা ২০২৫/২৬ বিশিষ্ট গোৱালপৰীয়া লোকগীত শিল্পী বিনা দাস বৰঠাকুৰক প্ৰদান কৰা হয়। তদুপৰি
বিশিষ্ট সংগীত শিল্পী
বিৰাজ বৈশ্যক
সৃষ্টি চিনে বঁটা ২৯২৫/২৬,
সৃষ্টি চিনে বঁটা ২৯২৫/২৬যুৱ সাংবাদিক
ৰজকমল শৰ্মা,
সৃষ্টি চিনে বঁটা ২০২৫/২৬যুৱ চিত্ৰশিল্পী
উজ্বল শৰ্মা,সৃষ্টি চিনে বঁটা ২৯২৫/২৬কৃতি শিক্ষকঅনন্ত হাজৰিকা, যুৱ সংগীত শিল্পী বঁটা ২০২৫/২৬যুৱ সংগীত শিল্পী
শেৱালী দাস,
সৃষ্টি চিনে বঁটা ২০২৫/২৬বিশিষ্ট সমাজ সেৱক বঁটা
ভাৰত সন্দিকৈ,
সৃষ্টি চিনে বঁটা ২০২৫/২৬যুৱ সাংবাদিক
দিপাঞ্জলী ডেকা,
সৃষ্টি চিনে বঁটা ২০২৫-২৬বিশিষ্ট সমাজ সেৱক
অনুপ কুমাৰ বৰা,
সৃষ্টি চিনে বঁটা ২০২৫-২৬যুৱ সাংবাদিক
ফুকন এ অদুদ,
সৃষ্টি চিনে বঁটা ২০২৫-২৬
আছাম ৰিপোৰ্ট ২৪*৭
মূখ্য পৰিচালন সঞ্চালক,
গোপাল খনাল,
সৃষ্টি চিনে বঁটা ২০২৫-২৬যুৱ সাংবাদিক
অলিম্পিকা বৰা ,
সৃষ্টি চিনে বঁটা ২০২৫-২৬কৃতি শিক্ষক
চাহিনুৰ ইছলাম মণ্ডল( গৱেষক),
সৃষ্টি চিনে বঁটা ২০২৫-২৬বিশিষ্ট সমাজ সেৱক
অমৃত ৰঞ্জন দাস,
সৃষ্টি চিনে বঁটা ২০২৫-২৬বিশিষ্ট সমাজ সেৱক
বিপুল বৰাক প্ৰদান কৰা হয়।
এই সভাত
সৃষ্টি চিনে প্ৰডাকচনৰ হৈ
উৎপল ৰাণাৰ লগতে
বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment