গুৱাহাটী প্ৰেছ ক্লাব অসমীয়া চলচ্চিত্র 'সপোন পুৰৰ দাপোন'ৰ গীত মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 30 December 2025

গুৱাহাটী প্ৰেছ ক্লাব অসমীয়া চলচ্চিত্র 'সপোন পুৰৰ দাপোন'ৰ গীত মুকলি

 


W7s news গুৱাহাটী:

গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে দ্যা স্পেচিফিক ফিল্ম্ছ নিবেদিত অসমীয়া চলচ্চিত্র 'সপোন পুৰৰ দাপোন' ছবিৰ শীর্ষ গীত
'সপোন পুৰৰ দাপোন' ৰ লগতে আন কেইবাটাও গীত
 মুকলি কৰা হয়। এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামী, বিশিষ্ট কণ্ঠশিল্পী সবিতা শৰ্মা গোস্বামী, অগপ নেতা বিষ্ণু দাস, সংগীত শিল্পী প্ৰশান্ত দত্ত, কন্ঠশিল্পী নিলাক্ষী চাংকাকতি, সংগীত পৰিচালনা বিজয় ভূঞা, লেখিকা, পৰিচালক ৰুনা লাইলা আদি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। 
চলচ্চিত্ৰৰ কাহিনীকাৰ, প্ৰযোজক ড° অংকু হাজৰিকা, সংগীত পৰিচালনা বিজয় ভূঞাৰ, চিত্ৰনাট‍্য, সংলাপ, পৰিচালক ৰমেন বৰা।
ছবিখনত 
উপকূল বৰদলৈ, 
ৰেবা ফুকন,মাধুৰিমা চৌধুৰী, তন্দ্ৰালী মূৰ্চনা, সিদ্ধাৰ্থ  শৰ্মা আদিয়ে অভিনয় কৰিছে।
লেখিকা তন্দ্ৰালী মূৰ্চনাই আঁতধৰা অনুষ্ঠানত  বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চলচ্চিত্ৰ 'সপোন পুৰৰ দাপোন'ৰ কলা কুশলী  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here