জিলা মহিলা মৰ্চাৰ সম্পাদক মিঠু দাসক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 8 December 2025

জিলা মহিলা মৰ্চাৰ সম্পাদক মিঠু দাসক সম্বৰ্ধনা

 




W7s news গুৱাহাটী  মুখ্যমন্ত্ৰীৰ উদ্যামিতা আচনিৰ অধীনত দেওবাৰে   সন্ধিয়া ৫ বজাত গুৱাহাটীৰ 

ছাত্ৰীবাৰী গোপাল মেনচ্‌নত


আত্মসহায়ক   গোটৰ জৰুৰী সভাত পঞ্চাশ সতাংশ জনসাধাৰণৰ উপস্থিতিত অনুষ্ঠিত সভাত  আত্মসহায়ক গোটৰ  চি আৰ পি এফ গুলু বেগমক এখন ফুলাম গামোচাৰে আদৰণী জনোৱা হয় ৷ গুলু বেগমে আত্মসহায়ক গোট গঠন  সম্পৰ্কে বিতংভাবে আলোচনা কৰে ৷ উক্ত সভাত নৱনিৰ্বাচিত বুথ নং ৭২ বুথ-সভাপতি সুমিতা পাল .৭৩  বুথ-সভাপতি নিচা বাল্মিকী  ৭৪ বুথ-সভাপতি পল্লৱী দাস আৰু বিষ্ণুপুৰ মণ্ডলৰ সম্পাদক ভৰত দাসক একোখন ফুলাম গামোচাৰে আদৰণী জনোৱাৰ উপৰিও অসম সাহিত্য সভাৰ আজীৱন সভ্য . অসম সাহিত্য সভাৰ সংবাদ প্ৰহৰীৰ সদস্য . দেৱদামোদৰ সংঘৰ কাৰ্যনিৰ্বাহক সদস্য মধ্য গুৱাহাটী স্বৰ্ণশাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক . ১৮ নং ৱাৰ্ডৰ তিনিবাৰকৈ বুথ-সভাপতি  বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ সমিতিৰ মহিলা মৰ্চাৰ সম্পাদক মিঠু দাসক  গুৱাহাটী মহানগৰ অ' বি চি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য বাবুল ৰাজবংশী আৰু জেষ্ঠ্য কাৰ্যকৰ্তা শুভ্ৰজ্যোতি সৰকাৰে এখন ফুলাম গামোচা. আৰনাই ’ পিতলৰ শৰাই .মিঠাইৰ টোপালা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here