ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন কৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 October 2025

ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন কৰা

 

 


W7s news গুৱাহাটীঃ    গুৱাহাটীৰ ধীৰেণপাৰা চম্পাৱতী স্কলৰ বাকৰিত


শনিবাৰে আবেলি ৩-৩০ বজাত আৰ এচ এচ’ৰ ভাতৃ সংগঠন ৰাষ্ট্ৰ সেৱীকা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱৰ লগত সংগতি ৰাখি গণবেশ আৰু অশ্ৰপুজন  অনুষ্ঠানত  মুখ্য সেৱিকা হৃীশা কলিতাই আঁত ধৰা গণবেশত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আচাৰ্য্যা শংকৰদেৱ বিদ্যা নিকেতন বেলতলা ৷ গুৱাহাটী বিভাগৰ কাৰ্যবাহিকা সেৱা প্ৰান্ত প্ৰমুখ ৰাষ্ট্ৰসেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্ত " মুখ্য বক্তা কল্যানী ঠাকুৰীয়াই ৷ অশ্ৰপূজনৰ লগতে হৃীশা কলিতাৰ লগত সহযোগ কৰে আৰ্য্যনগৰ কাৰ্যবাহিকা লীলা মেধি সেৱিকা দ্বীপা শৰ্মা’ বৰ্ণালি কলিতা গীতাঞ্জলি দাসে গণবেশত  লাল শাৰি পৰিধান কৰা প্ৰায় পঞ্চাশ সতাংশ মহিলা অংশগ্ৰহণ কৰে বুলি মুখ্যসেৱিকা হৃীশা কলিতাই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here