শাৰদীয় দূৰ্গোৎসৱ উৎকৃষ্টৰ উদ্যোগত বাণিজ্যিক মেলাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 9 September 2025

শাৰদীয় দূৰ্গোৎসৱ উৎকৃষ্টৰ উদ্যোগত বাণিজ্যিক মেলাৰ সামৰণি


W7s news গুৱাহাটীঃ গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ কালিমন্দিৰৰ বাকৰিত ৫ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয় ৷প্ৰথম দিনা উৎকৃষ্টৰ উদ্যোগত পুজা সৰকাৰ ঘোষৰ পৰিচালনাত  অনুষ্ঠিত বাণিজ্যিক মেলা শুভৰাম্ভণি কৰে ৷ জেদউইজৰ পৰিচালন সঞ্চালক বৰ্ষা ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকে  ফেচন ডিজাইনাৰ ’কৰিঅ গ্ৰাফাৰ প্ৰশান্ত ঘোষ  উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্য মধ্যগুৱাহাটী সাহিত্য সভাৰ আহ্বায়ক বাবুল ৰাজবংশী বুথ-সভাপতি পল্লৱী দিস মিঠু দাসে উক্ত কাৰ্যসূচীত নেচলেৰ সহযোগত ৰন্ধন প্ৰতিযোগিতা ৬ ছেপ্তেম্বৰ উৎকৃষ্টৰ উদ্যোগত মেহেন্দী  প্ৰতিযোগীতা আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ ওপৰিও তিনিশতাধিক জনসাধাৰণ উপস্থিত থাকে ৭ ছেপ্তম্বৰৰ পুৱা ১১-০০ বজাত উৎকৃষ্টৰ উদ্যোগত আৰ্ট প্ৰতিযোগীতা  অনুষ্ঠিত হোৱাৰ উপৰিও প্ৰতিযোগী সকলক প্ৰমান পত্ৰ বিতৰণ কৰাৰ লগতে অংশগ্ৰহণ পত্ৰ বিতৰণ কৰে  আটাইতকৈ ভাল খৱৰ যে উৎকৃষ্টৰ আয়োজক পুজা সৰকাৰ ঘোষে জনাই যে উৎকৃষ্টৰ উদ্যোগত মহিলা সকলৰ ষ্টল প্ৰাই  ৩২ টা  ষ্টল অকল মহিলা সকলে কৰে বুলি আয়োজক সমিতিৰ সঞ্চাল পুজা ঘোষ সৰকাৰ ঘোষে জানিবলৈ দিয়ে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here