১৭ আগষ্টত ছিগালত 'পকৱান'* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 5 August 2025

১৭ আগষ্টত ছিগালত 'পকৱান'*



W7s news,,গুৱাহাটী, ৫ আগষ্ট: আৰ্য্যাৰ প্ৰযোজনাত অহা ১৭ আগষ্টত জুৰ'ডৰ জুৰণি পথত থকা ছিগাল থিয়েটাৰত মঞ্চস্থ হ'ব এখন নতুন নাটক 'পকৱান'।  কথক নৃত্যাংগনা তথা অভিনেত্ৰী বি পাল্কীৰ পৰিচালনাত নাটকখন পৰিৱেশন কৰা হ'ব। কাহিনী আৰু পাণ্ডুলিপি বি পাল্কীৰ। ছিক্কিম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নিৰ্মালি শৰ্মাই নাটকখনত অভিনয় কৰিব। নাটকখনৰ বাবে সংগীত ব্যৱস্থাপনা কৰিব ত্ৰিৱেণী মহন্তই। আলোকসজ্জা প্ৰণৱ নিবিড়ৰ। এঘণ্টীয়া নাটকখনৰ পৰিৱেশ্য ভাষা হিন্দী আৰু ইংৰাজী। মঞ্চসজ্জা বি পাল্কীৰ। ১৭ আগষ্টৰ সন্ধিয়া ৬:৩০ বজাত নাটকখন মঞ্চস্থ কৰা হ'ব।  উল্লেখযোগ্য যে এইখনৰ জৰিয়তে বি পাল্কীয়ে নাট পৰিচালক হিচাপে  আত্মপ্ৰকাশ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here