গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ‍্যক তিৰোভাৱ তিথি পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 25 August 2025

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ‍্যক তিৰোভাৱ তিথি পালন

 



W7s news গুৱাহাটী : গুৱাহাটীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ নামঘৰত সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ‍্যক তিৰোভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে প্ৰাত:প্ৰসংগ,আইসকলৰ নাম, সমূহীয়া নাম প্ৰসংগ কৰাৰ পাছত

গায়ন বায়ন প্ৰদৰ্শন আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে বুলি

শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ দত্তই জানিবলৈ দিয়ে। গুৰুজনাৰ তিৰোভাৱ তিথিত  বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজেঅংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here