ভংগিমাৰ কৰ্মশালাৰ সামৰণি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 24 July 2025

ভংগিমাৰ কৰ্মশালাৰ সামৰণি*


 *

W7s news,,গুৱাহাটী ২৪ জুলাই: ভংগিমাৰ উদ্যোগত যোৱা ১৪ জুলাইৰ পৰা বামুণীমৈদামৰ গণেশনগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি সামৰণি পৰে। অনুষ্ঠানত শিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে কল্পনা তালুকদাৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক কৰ্মী ৰাজু ৰয় সহিতে মৃদুলা কলিতা, গণেশ কলিতা, ছাইফুল আলি আৰু কল্যাণী তালুকদাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। বিনামুলীয়া গ্ৰীষ্মকালীন কৰ্মশালাখনত ২৭ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ মূল বিষয়বস্তু আছিল অভিনয়, নৃত্য আৰু কবিতা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here