W7s news গুৱাহাটী: গুৱাহাটীৰ পটেনচিয়েল এণ্ড কনছেপ্টে এডুকেশ্বনছে নীট ইউ জি, জি ই ই মেইন আৰু জি ই ই এডভাঞ্চ ২০২৫ত পুনৰ এবাৰ অসাধাৰণ ফলাফল দি উত্তৰ-পূৰ্বাঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিছে। এই উপলক্ষে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৃতি শিক্ষাৰ্থীৰে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য,এই প্ৰতিষ্ঠানৰ
চাৰিজন ছাত্রই নীট ইউ জি ২০২৫( জেনেৰেল কেটেগৰি) -ত এ আই। আৰ ৩৫০০-ৰ ভিতৰত স্থান লাভ কৰি প্ৰতিষ্ঠানৰ গৌৰৱ কঢ়িয়াইছে। নীট ইউ জি
২০২৫ শীর্ষ
তন্ময় মজুমদাৰ - এ আই আৰ ১৪৮০, স্ক'ৰ: ৫৯৯,
জাফৰিয়াৰ আশিফ - এ আই আৰ ২৫৭৬ স্ক'ৰ: ৫৮৭,
দিশান্ত কুমাৰ - এ আই আৰ ৩২৫৩, স্ক'ৰ: ৫৮২, আৰু
বিবেক পখৰেল - এ আই আৰ ৩২৭২, স্ক'ৰ: ৫৮২,
ইয়াৰ উপৰিও, ৫১+ জন ছাত্র-এ এ আই আৰ ৫০০০ -ৰ ভিতৰত স্থান লাভ কৰিছে।গৌৰৱেৰে ক'ব পাৰি যে, ২০০ + জনৰো অধিক ছাত্র-ছাত্রী এ আই আই এম এছ আৰু অন্য চৰকাৰী মেডিকেল কলেজত স্থান লাভ কৰাৰ সম্ভাৱনাত আছে।
জি ই ই মেইন ২০২৫
ৰ গৌৰৱজনক ফলাফল:
হৈছে
তন্ময় মজুমদাৰ আৰু জয়িষ্ণু শর্মা-এ জি ই ই মেইনছ ফিজিস্ক্সত১০০/১০০ নম্বৰ লাভ কৰিছে। ৫জন ছাত্র-ছাত্রীয়ে ৯৯ শতাংশ ৰ ওপৰত স্ক'ৰ কৰিছে। ১৩ জনে ৯৮ শতাংশ আৰু
৪৫+ জনে ৯৫ শতাংশ ৰ অধিক, ৯৫+জনে ৯০ শতাংশৰ অধিক স্ক'ৰ কৰিছে।জে ই ই এডভান্সড ২০২৫ চনৰ ফলাফল: হৈছে
প্রয়াশ বৰুৱা - এ আই আৰ ৪২৯২(জেনেৰেল)
জয়ষ্ণু শৰ্মা- এ আই আৰ ৫৭৩৬ ( জেনেৰেল),
ৰাজ আহমেদ - এ আই আৰ ৮৩৪৭ (জেনেৰেল),
ৰতন মাহাটো -এ। আই আৰ ৭৮২৪৯ (জেনেৰেল)। উল্লেখ্য ,
বিগত ১৬ বছৰে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্বনছেP নীট আৰু জি ই ই-ৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত অগ্রণী শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান অটুট ৰাখিছে
৪ বাৰ নীটত উত্তৰ-পূব , ৬ বাৰ জি ই ই উত্তৰ-পূব টপাৰৰ স্থান দখল কৰিছে শিক্ষানুষ্ঠানখনৰ ছাত্র-ছাত্রীয়ে। এই শৈক্ষিক সাফল্য সন্দর্ভত- পি এণ্ড চি গ্ৰুপ অৱ এডুকেশ্বনৰ
পৰিচালন সঞ্চালক
বিকাশ সিসোদিয়াই কয়- "আমাৰ ছাত্ৰ-ছাত্ৰীৰ স্থায়ী শীর্ষস্থানীয় প্রদর্শন প্রতিষ্ঠানখনৰ গুণগত শিক্ষাৰ প্ৰমাণ আমাৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰতিভাক ৰাষ্ট্ৰীয় পৰিসৰত সফল কৰি তোলা" বুলি কয়।
No comments:
Post a Comment