১ জুন ২০২৫ তাৰিখৰ পৰা বিবেকানন্দ কেন্দ্ৰ পানবজাৰত আৰম্ভ হ’ব ছয় মাহৰ যোগাসন প্ৰশিক্ষণ প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম। বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ দ্বাৰা পৰিচালিত এই পাঠ্যক্ৰম হ'ব নৱম সংখ্যক । ইতিমধ্যে ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বহুতেই বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী সংস্থাত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছে। ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ যিকোনো উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ৯৭০৬০-৬৭১৩২, ৯৪৩৫০-৮৭০৬২,৯৯০৩৮-১৭৫৫১ নম্বৰত নাইবা ভি কে আই চি উজান বজাৰ অথবা প্ৰান্ত কাৰ্যালয় বিবেকানন্দ কেন্দ্ৰ শুক্ৰেশ্বৰ মন্দিৰৰ বিপৰীতে থকা পান বজাৰৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব।আজি উজান বজাৰ স্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত অনুষ্ঠিত এক বৈঠকত এই বিষয়ে সদৰি কৰে বিবেকানন্দ কেন্দ্ৰ যোগ প্ৰশিক্ষণ বিভাগৰ দায়িত্বত থকা কাৰ্যকৰ্তা সকলে।
Post Top Ad
Responsive Ads Here
Monday, 26 May 2025

Home
Unlabelled
এক জুনৰ পৰা বিবেকানন্দ কেন্দ্ৰৰ যোগাসন প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ নৱম পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰম্ভ
এক জুনৰ পৰা বিবেকানন্দ কেন্দ্ৰৰ যোগাসন প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ নৱম পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰম্ভ
Share This
About W7S News
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment