গুৱাহাটীত ছুপাৰ স্পেচিয়েলিটি অ’পিডি ক্লিনিক মুকলি ফৰ্টিছ হেল্থকেয়াৰৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 30 May 2025

গুৱাহাটীত ছুপাৰ স্পেচিয়েলিটি অ’পিডি ক্লিনিক মুকলি ফৰ্টিছ হেল্থকেয়াৰৰ

 

'W7s news গুৱাহাটী


:  চিকিৎসাক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ ঘটাই গুৱাহাটী মহানগৰীত মুকলি হ’ল ফৰ্টিছ হেল্থকেয়াৰৰ ছুপাৰ স্পেচিয়েলিটি অ’পিডি ক্লিনিক। এই অ'পিডি ক্লিনিকে মহানগৰীৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ নিবাসীসকলৰ বাবে সুলভ আৰু উন্নত স্বাস্থ্যসেৱাৰ দুৱাৰ মুকলি কৰিছে। এই ক্লিনিকত অভিজ্ঞ চিকিৎসকে অৰ্থপেডিক, ইউৰ’লজী, হেমাট’-অংক’লজী, মেডিকেল অংক’লজী, বি এম টি আৰু চাৰ্জিকেল অংক’লজী আদি জটিল বিভাগৰ ৰোগীসকলক পৰামৰ্শ আগবঢ়াব। জি এছ ৰোডৰ উলুবাৰী ফ্লাই অভাৰৰ সমীপৰ ডলফিন গেলেক্সিৰ দ্বিতীয় মহলাৰ এজিলাছ ডায়েগনষ্টিকছ লিমিটেডত স্থাপিত এই ক্লিনিকখন ৩০ মে'ৰ পৰা প্ৰতিদিনে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈ ৰোগীৰ বাবে খোলা থাকিব। অ'পিডি ক্লিনিকখনৰ সন্দৰ্ভত শুকুবাৰে অনুষ্ঠিত এখন সংবামেলত ফৰ্টিছ হাস্পতালৰ সঞ্চালক

ডাঃ মোহন কেশৱমূৰ্তি, ফৰ্টিছ হাস্পতাল

মেডিকেল অংক’লজী ডাঃ নীতি ৰাইজাডা

 কেইবাগৰাকীও প্ৰখ্যাত চিকিৎসক উপস্থিত  থাকে। উল্লেখ‍্য এই,  ক্লিনিকত অভিজ্ঞতা আৰু প্ৰযুক্তিৰ সংযুক্ত ব্যৱহাৰেৰে ৰোগীৰ বাবে উচ্চমানৰ সেৱা নিশ্চিত কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here