এই ক্ৰিকেটৰ ঋতুত ছুইগী-য়ে আগবঢ়াইছে ‘ছুইগী ছিক্সেচ’ য’ত প্ৰতিটো ছয়ৰ অৰ্থ হ’ল বৃহৎ ৰাহি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 5 May 2025

এই ক্ৰিকেটৰ ঋতুত ছুইগী-য়ে আগবঢ়াইছে ‘ছুইগী ছিক্সেচ’ য’ত প্ৰতিটো ছয়ৰ অৰ্থ হ’ল বৃহৎ ৰাহি


 

লাইভ ক্ৰিকেট মেচসমূহ চলি থকাৰ সময়চোৱাত প্ৰতিটো ছয় মৰাৰ সময়ত হোৱা অৰ্ডাৰসমূহৰ ওপৰত ব্যৱহাৰকাৰীসকলে ৬৬% ৰেহাই, ২৬৬- টকা ৰেহাই, ১৬৬/- টকা ৰেহাই অথবা ৬৬/- টকা ৰেহাই পাব পাৰিব৷

ছুইগীত থকা ৫০,০০০+ ৰেষ্টুৰেণ্টৰ চৌপাশে এই অফাৰসমূহ তৎক্ষণাত মুকলি হৈ পৰিব 


W7s news,,নেচনেল, মে, ২০২৫: ভাৰতৰ অগ্ৰণী অন-ডিমাণ্ড উপযোগীতা মঞ্চ ছুইগী (ছুইগী লিমিটেড, এনএছই: SWIGGY/BSE: ৫৪৪২৮৫)-য়ে মুকলি কৰিছে ছুইগী ছিক্সেচ - যি চলি থকা ক্ৰিকেট ছিজনৰ উত্তেজনাক উন্নীত কৰিবলৈ ডিজাইন কৰা এটা বাস্তৱ সময়ৰ, মেচ-লিংকড অফাৰ যাক আপোনাৰ প্ৰিয় ৰেষ্টুৰেণ্টসমূহত উত্তম অফাৰসমূহ আনলক কৰিবলৈ ডিজাইন কৰা হৈছে৷ ক্ৰিকেটৰ উষ্ণতাই সমগ্ৰ দেশখনক আগুৰি ধৰাৰ লগে লগে ছুইগী ছিক্স-য়ে প্ৰতিটো আশাকলঙ্ঘী ছয়ক অনুৰাগীসকলৰ বাবে অপ্ৰতিৰোধ্য খাদ্যৰ ডীলসমূহেৰে উদযাপন কৰাৰ সুযোগলৈ ৰূপান্তৰিত কৰি খেলৰ প্ৰতিটো মুহূৰ্তত সোৱাদ যোগ কৰে৷

ছুইগী ছিক্সেচ-ৰ সহায়ত, ব্যৱহাৰকাৰীসকলে দেশৰ চৌপাশৰ ৫০,০০০-তকৈ অধিক ৰেষ্টুৰেণ্টৰ পৰা সম্পন্ন কৰা অৰ্ডাৰসমূহৰ ওপৰত ৰোমাঞ্চপূৰ্ণ ৰেহাই - ৬৬% ৰেহাই, ২৬৬/- টকা ৰেহাই, ১৬৬/- টকা ৰেহাই অথবা ৬৬/- ৰেহাই আনলক কৰিব পাৰে৷ এই সীমিত সময়ৰ অফাৰসমূহ লাইভ ক্ৰিকেট মেচ চলি থকাৰ সময়ত এটা ছয় মৰাৰ মুহূৰ্ততে সক্ৰিয় হৈ মাত্ৰ দহ মিনিটৰ বাবে বৈধ হৈ থাকে৷ ছুইগী এপত ‘‘এ ছিক্স ৱাজ হিট! অফাৰ আনলকড্’’-ৰ দৰে এলাৰ্টৰ সৈতে এটা বাস্তৱ সময়ৰ ‘‘বল ফ্ল’টি’’ টাইমাৰ প্ৰদৰ্শিত হয় যাৰ ফলত ব্যৱহাৰকাৰীয়ে লাইভ আনলকসমূহ সহজে অনুসৰণ কৰিব পাৰে৷

এই অফাৰৰ সুবিধা ল’বলৈ ব্যৱহাৰকাৰীসকলে এটা ছয় মৰাৰ পিছত এই ১০-মিনিট উইণ্ড’-ৰ সময়সীমাৰ ভিতৰত নিজৰ অৰ্ডাৰ দিব লাগিব৷ এই সময়ছোৱাত পৰিশোধকে ধৰি সমগ্ৰ অৰ্ডাৰটোৰ যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব৷ এই সীমিত-সময়ৰ বৈশিষ্ট্যটো সময়মতে পুৰস্কাৰ আৰু অতিৰিক্ত সুবিধাৰ সৈতে মেচ এখন উপভোগৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ ডিজাইন কৰা হৈছে৷

এই অভিযানটোৰ সন্দৰ্ভত ভাষণ দি ছুইগী ফুড মাৰ্কেটপ্লেচৰ চীফ বিজনেছ অফিচাৰ সিদ্ধাৰ্থ ভাকু-য়ে কয়, ‘‘আমি আমাৰ উপভোক্তাসকলৰ বাবে প্ৰতিটো দিনৰ মুহূৰ্তসমূহ উপভোগ্য কৰি তোলাৰ অৰ্থৱহ উপায়সমূহ অবিৰতভাৱে অন্বেষণ কৰি আছো৷ ছুইগী ছিক্সেচ-ৰ জৰিয়তে আমি ভাৰতে ভালপোৱা দুটা বিষয় - ক্ৰিকেট আৰু খাদ্য - এটা ৰোমাঞ্চ আৰু বিস্ময়ৰ উপাদান যোগ কৰাৰ দ্বাৰা একত্ৰিত কৰি খেল এখনৰ অভিজ্ঞতাক আৰু অধিক আকৰ্ষণীয় আৰু উপভোগ্য কৰি তুলিছো৷’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here