ছিগালত বিশ্ব নাট্য দিৱস পালন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 28 March 2025

ছিগালত বিশ্ব নাট্য দিৱস পালন*


 *

W7s news,,গুৱাহাটী, ২৭ মাৰ্চ: বিশ্ব নাট্য দিৱস উপলক্ষে আজি ছিগাল থিয়েটাৰৰ ষ্টুডিঅ’ত আয়োজন কৰা হয় এক অন্তৰংগ আনুষ্ঠানৰ। অনুষ্ঠানত কেইবাগৰাকীও ন-পুৰণি নাট্য কৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি  বিশিষ্ট অভিনেতা-পৰিচালক উপকূল বৰদলৈয়ে এটি মত বিনিময় অনুষ্ঠানত ভাগ লয় ৷  মনোজ কাশ্যপে দুটি গীত আৰু অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জীয়ে নৰেন পাটগিৰিৰ এটি কবিতা আবৃত্তি কৰে ৷ বিশিষ্ট নাট্যকৰ্মী জ্যোতি নাৰায়ণ নাথে নৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলক উদ্দেশ্যি এক সাৰুৱা ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ আঁত ধৰে ভাগীৰথী বাই কাদমে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here