গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত অংশীদাৰসকলক লৈ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 7 February 2025

গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত অংশীদাৰসকলক লৈ সভা


 


W7s news,,গুৱাহাটী, ৭ ফেব্ৰুৱাৰী: ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা কোম্পানী টাটা মটৰ্ছৰ গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত এতিয়ালৈকে ৭১৩১ খন বাহন উপভোক্তাসকলৰ মাজত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আজি এই উপলক্ষে বিমল কাৰ্ছে অংশীদাৰসকলক লৈ এখন সভা অনুষ্ঠিত কৰে। এই সফলতাৰ আঁৰৰ ব্যক্তি তথা অনুষ্ঠান, ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বেংকিং ক্ষেত্ৰত সহায় কৰি অহা বিষয়ববীয়াসকলক লৈ এই সভা অনুষ্ঠিত হয়। 

ইপিনে বিমল কাৰ্ছে পেট্ৰল আৰু ডিজেল বাহনত ৫০ শতাংশ ৰেজিষ্টেচনত ৰেহাইৰ লগতে ইলেক্ট্ৰিক বাহনত ১০০ শতাংশ ৰেজিষ্টেচন ঘোষণা কৰিছে।


আজিৰ এই সভাত উপস্থিত থাকে বিমল কাৰ্ছৰ ক্ৰমে মেনেজিং ডাইৰেক্টৰ বিমল সাৰাউগী, চিইঅ' অৰিহণ্ট সাৰাউগী আৰু জেনেৰেল মেনেজাৰ দীপাংকৰ দাস।


উল্লেখ্য যে এই সভাত সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হয় যাৰ ফলত ভৱিষ্যতৰ বিকাশৰ বাবে অংশীদাৰীত্ব শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here