গুৱাহাটীৰ ছয়মাইলত ৰিলায়েন্স ডিজিটেলৰ নতুন বিপণী মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 29 November 2024

গুৱাহাটীৰ ছয়মাইলত ৰিলায়েন্স ডিজিটেলৰ নতুন বিপণী মুকলি

 



W7s news গুৱাহাটী : ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স খুচুৰা বিক্ৰেতা এতিয়া মুকলি হ’ল গুৱাহাটীৰ জি এছ ৰোডৰ ছয়মাইল ফ্লাই অভাৰৰ সমীপৰ উৎসৱ টাৱাৰত। শুকুৰবাৰে ছয়মাইল ৰিলায়েন্স ডিজিটেল বিপণীখন হৈছে শৃংখলাটোৰ অধীনস্থ গুৱাহাটীৰ চতুৰ্থ, অসমৰ নৱম আৰু উত্তৰ-পূবৰ তেৰতম বিপণী।

উদ্বোধনী বিশেষ অফাৰ আৰু অত্যাধুনিক প্ৰযুক্তিৰ বিশাল সংগ্ৰহৰ সৈতে ৰিলায়েন্স ডিজিটেলৰ এই নতুন বিপণীয়ে গ্ৰাহকসকলক প্ৰদান কৰিব এক উন্নত বজাৰ অভিজ্ঞতা ১১,৮৫২ বৰ্গফুটত বিস্তৃত এই টেক্‌ গন্তব্যস্থানে সৰ্বোত্তম মূল্যত শেহতীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰ বহল পৰিসৰ আগবঢ়াব গ্ৰাহকক। সামগ্ৰী ক্ৰয়ৰ পৰৱৰ্তী পৰ্য্যায়ৰ সেৱাৰ বাবে বিপণীখনত আছে ইন-ষ্ট’ৰ এছিষ্টেন্স আৰু ৰেছকিউ সেৱা বিশেষজ্ঞৰে গঠিত বিশেষজ্ঞ টেক্‌ স্কোৱাড। নতুন বিপণী


খনত গ্ৰাহকে আগশাৰীৰ বেংক কাৰ্ড আৰু আকৰ্ষণীয় আৰলি বাৰ্ড অফাৰত ১০শতাংশ পৰ্যন্ত কেছবেক লাভ কৰিবলৈ সক্ষম হ’ব। ১১,৮৫২ বৰ্গফুটত বিস্তৃত এই টেক্‌ গন্তব্যস্থানে সৰ্বোত্তম মূল্যত শেহতীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰ বহল পৰিসৰ আগবঢ়াব গ্ৰাহকক। সামগ্ৰী ক্ৰয়ৰ পৰৱৰ্তী পৰ্য্যায়ৰ সেৱাৰ বাবে বিপণিখনত আছে ইন-ষ্ট’ৰ এছিষ্টেন্স আৰু ৰেছকিউ সেৱা বিশেষজ্ঞৰে গঠিত বিশেষজ্ঞ টেক্‌ স্কোৱাড। উল্লেখযোগ্য যে, দ্ৰুততম ডেলিভাৰী আৰু ইনষ্টলেচনৰ সুবিধাৰ দ্বাৰা গ্ৰাহকে নিজৰ পছন্দৰ প্ৰযুক্তিগত সামগ্ৰীসমূহ দ্ৰুতভাৱে লাভ কৰিবলৈ সক্ষম হ’ব। 

নতুন বিপণীখনত গ্ৰাহকে আগশাৰীৰ বেংক কাৰ্ড আৰু আকৰ্ষণীয় আৰলি বাৰ্ড অফাৰত ১০ শতাংশপৰ্যন্ত কেছবেক লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিব পৰা গৈছে।  উল্লেখ্য যে, ৰিলায়েন্স ডিজিটেলে ৫০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ ২০০০ৰো অধিক সামগ্ৰীৰ সেৱা গ্ৰাহকলৈ আগবঢ়ায়। এই বিপণিত শেহতীয়া স্মাৰ্টফোন, স্মাৰ্ট টিভি, ৱাশ্বিং মেচিন, ফ্ৰীজ, হোম থিয়েটাৰ, ডিজিটেল কেমেৰা, লেপটপ, আনুষংগিক সামগ্ৰী আৰু অন্যান্য সৰু সৰু বৈদ্যুতিক সামগ্ৰীকে ধৰি গ্ৰাহকৰ বাবে প্ৰয়োজনীয় নিত্য ব্যৱহাৰ্য্য ঘৰুৱা ইলেক্ট্ৰনিক সঁজুলিৰ সম্পূৰ্ণ পৰিসৰ অন্তৰ্ভুক্ত কৰা হৈছে।"প্ৰযুক্তি ব্যক্তিগতকৰণ"ৰ মূলমন্ত্ৰক সৰোগত কৰি ৰিলায়েন্স ডিজিটেলে গ্ৰাহকৰ বাবে সুলভ মূল্যত প্ৰযুক্তিৰ বিস্তৃত সম্ভাৱনা অনাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে। ইলেক্ট্ৰনিকছৰ ওপৰত অবিশ্বাস্য ডীল আৰু সহজ ই এম আইকে ধৰি একাধিক বিত্তীয় বিকল্পৰ সৈতে প্ৰতিগৰাকী গ্ৰাহকক নিজৰ জীৱনশৈলীৰ বাবে সঠিক প্ৰযুক্তি বিচাৰি উলিওৱাত সহায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰিলায়েন্স ডিজিটেলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here