W7s news গুৱাহাটী:: ৱাৰ্ড অৱ পেৰেডাইজ ছ'চাইটি এটি বেচৰকাৰী সংস্থা। এই সংস্থাৰ উদ্যোগত বুধবাৰে তামুলপুৰৰ স্বাস্থ্য কেয়াৰ চেণ্টাৰত অস্থি ৰোগ বিশেষজ্ঞ ডাঃ চানি আগৰৱালাৰ নেতৃত্বত এটি বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷ এই শিবিৰত স্বাস্হ্য পৰীক্ষা কৰাৰ লগতে সু -স্বাস্থ্যৰ জীৱনশৈলীৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা হয় ।
ৱাৰ্ড অৱ পেৰেডাইজ ছ'চাইটিৰ এই কাৰ্যই ৰোগীসকলক উপকৃত কৰিছে ।
No comments:
Post a Comment