গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীত ভক্ত, দর্শনাৰ্থীৰ ভিৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 11 October 2024

demo-image

গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীত ভক্ত, দর্শনাৰ্থীৰ ভিৰ

Responsive Ads Here

 


W7s news গুৱাহাটী: গুৱাহাটীৰ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয়ে মহিলা সকল আৰু চিকিৎসক, নাৰ্চ ৱাৰ্ডগাৰ্ল ’ৰ লগতে ৰোগীসকলো যাতে সুৰক্ষিত থাকিব পাৰে সেই উদ্দেশ্য হাতত ৰাখি ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয়ে ব্যতিক্ৰমী চিন্তা ধাৰাৰে স্বাস্থ্যখণ্ডত মহিলা সকল সুৰক্ষিত থাকিব পাৰে সেই আৰ্হিত এইবাৰৰ পূজা মণ্ডপ তৈয়াৰী কৰিছে। এই পূজা মণ্ডপে ভক্ত তথা দর্শনাৰ্থীক আকৰ্ষণ কৰে। ষষ্ঠীৰ পৰা অষ্টমীলৈ বহু সংখ্যক ভক্ত তথা দর্শনাৰ্থীৰ সমাগম হৈছে পূজাখনত। লগতে সমিতিয়ে  স্বচ্ছ পূজা উদ্ যাপন কৰাত অধিক গুৰুত্ব আৰোপ কৰাৰ


চেষ্টা কৰা হৈছে বুলি ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ হৈ প্ৰচাৰ সম্পাদক বাবুল ৰাজবংশীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *