ৰিলায়েন্স জিঅ'ই শিক্ষক দিৱস উপলক্ষে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ফাইভজি (5G) শিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 5 September 2024

ৰিলায়েন্স জিঅ'ই শিক্ষক দিৱস উপলক্ষে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ফাইভজি (5G) শিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে


 

৫ ছেপ্টেম্বৰত ৰিলায়েন্স জিঅ'ৰ অষ্টম বৰ্ষপূৰণৰো দিন উদযাপন 


W7s news,,গুৱাহাটী, : দেশজুৰি উলহ-মালহেৰে উদযাপিত শিক্ষক দিৱস উপলক্ষে ৰিলায়েন্স জিঅ'ই সমগ্ৰ অসমৰ ২০খন মহাবিদ্যালয়ত ফাইভজি (5G)ৰ শৈক্ষিক কাৰ্যসূচীৰ আয়োজন কৰে, য'ত ৩,০০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা আৰু অভিজ্ঞতা থকা জিঅ'ৰ কৰ্মচাৰীসকলে। এই অনুষ্ঠানৰ লক্ষ্য আছিল- শিক্ষাৰ ক্ষেত্ৰত ফাইভজি প্ৰযুক্তিৰ ৰূপান্তৰৰ সম্ভাৱনাৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰা। তদুপৰি ৫ ছেপ্টেম্বৰৰ দিনটোতে ৰিলায়েন্স জিঅ'ৰ অষ্টম বাৰ্ষিকীও উদযাপন কৰা হয়। ৰিলায়েন্স জিঅ' ২০১৬ চনৰ আজিৰ দিনটোতে মুকলি কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here