বিহাৰৰ চুলতান গঞ্জৰ’ গংগাৰ পৰা জ’ল লৈ সমগ্ৰ ৰাজ্যৰ বিশেষ লাখ লাখ ভক্তৰ মহাদেৱ পাৰ্বতীক দৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 27 July 2024

বিহাৰৰ চুলতান গঞ্জৰ’ গংগাৰ পৰা জ’ল লৈ সমগ্ৰ ৰাজ্যৰ বিশেষ লাখ লাখ ভক্তৰ মহাদেৱ পাৰ্বতীক দৰ্শন

 




W7s news বিহাৰ:  দেওঘৰ বৈদ্যনাথ  বাসুকী নাথ ধামত মহাদেৱ পাৰ্বতীক জল দিয়াৰ  উদ্দেশ্য শাওন মাহত  ব’লবম কাৰ্যসূচীত বিহাৰৰ চুলতান গঞ্জৰ’ গংগাৰ পৰা জ’ল লৈ  সমগ্ৰ ৰাজ্যৰ বিশেষ লাখ লাখ ভক্তই মহাদেৱ পাৰ্বতীক দৰ্শন কৰে ৷ অসমৰ পৰা হাজাৰ হাজাৰ  ভক্তই ইয়াত অংশগ্ৰহণ কৰে বুলি অসমৰ এজন  ভক্ত  বাবুল ৰাজবংশীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here