গোলাঘাটৰ সংস্থা অল এণ্ড চাণ্ড্ৰিৰ দ্য মিৰাকেল মিলেটছ অভিযানৰ দ্বাৰা বাজৰাৰ সামগ্ৰী ষ্টাৰ্টআপে বজাৰত মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 July 2024

গোলাঘাটৰ সংস্থা অল এণ্ড চাণ্ড্ৰিৰ দ্য মিৰাকেল মিলেটছ অভিযানৰ দ্বাৰা বাজৰাৰ সামগ্ৰী ষ্টাৰ্টআপে বজাৰত মুকলি


 


W7s news গুৱাহাটী:  পুৰণি শস্য বুলি গণ্য কৰা নহয়, বাজৰে এতিয়া স্বাস্থ্য আৰু পৰিৱেশ সচেতনতাৰে এক নতুন নৱজাগৰণ উপভোগ কৰিছে। মানুহে ক্ৰমান্বয়ে এই প্ৰাচীন শস্যৰ পৰিয়ালটোৰ ফালে গতি কৰি আহিছে। প্ৰায়ে আচৰিত শস্য হিচাপে স্বীকৃতি পোৱা বাজৰাৰ গ্লুটেনমুক্ত আৰু ইয়াত চাউল, কুঁহিয়াৰ বা ঘেঁহুৰ তুলনাত কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম আৰু ইয়াত প্ৰটিন, আঁহ আৰু খনিজ পদাৰ্থৰ মাত্ৰা অধিক।

ছুপাৰফুড।" 'দ্য মিৰাকেল মিলেটছ' ষ্টাৰ্টআপৰ সৈতে জড়িত খাদ্য বিজ্ঞানৰ গেম চেঞ্জাৰ হিচাপে গুৱাহাটীৰ এপ'ল' হাস্পতালৰ ডি এম (এণ্ড'ক্ৰিন'লজী)ৰ এম ডি অৰিহণা যোগাইছে।'

এই  সন্দৰ্ভত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত   অভিষেক সিনহাই কয়- "২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মিৰাকেল মিলেটছ অভিযান আৰম্ভ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰা, অসমৰ মুখ্য সচিব ড° ৰবি কোটা আৰু... Infian culinary maestro Sanjeev Kapoor has been much appreciated The Miracle Millets startup of All & Sundry NGO আমি অসমৰ ৰাইজৰ বাবে লিটিল মিলেটছ আৰু কোডো মিলেটছৰ পৰিচয় দি উৎফুল্লিত হৈছো আমি নিশ্চিত যে আমাৰ বাজৰা-উৎপাদনসমূহ আমাৰ গ্ৰাহকে মৰম আৰু উৎসাহেৰে গ্ৰহণ কৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here