NEET (মেডিকেল)পৰীক্ষাত তামাৰিয়া আহমেদৰ সাফল্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 June 2024

NEET (মেডিকেল)পৰীক্ষাত তামাৰিয়া আহমেদৰ সাফল্য




W7s news গুৱাহাটী: মঙলবাৰে ঘোষণা হোৱা NEET (মেডিকেল)পৰীক্ষাত সফলতাৰে কৃতকাৰ্যতা লাভ কৰি হাতীগাও নিবাসী  তামাৰিয়া আহমেদে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। এই পৰীক্ষাত তামাৰিয়াই ৬৩৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।‌উল্লেখ্য যে ইয়াৰ আগতে চিবিএছই পৰীক্ষাৰ ফলাফল দ্বাদশ শ্ৰেণী ( বিজ্ঞান ) শাখাত মিছ .তামাৰিয়া আহমেদে ৯৬.৮% লাভ কৰি সফলতাৰে  উত্তীৰ্ণ হৈছে৷ তামাৰিয়া আহমেদ এম ভি এম -IV ,গুৱাহাটীৰ ছাত্ৰী। তামাৰিয়া আহমেদ গুৱাহাটীৰ বাসিন্দা ইছফাকুল আহমেদ আৰু চন্দনা কলিতা আহমেদৰ কন্যা ৷ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here