বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগদিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 21 June 2024

বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগদিৱস

 




W7s news : গুৱাহাটীৰ চাবিপুলত থকা ৰামজানকী মন্দিৰত  বিষ্ণুপুৰ মণ্ডলৰৰ উদ্যোগত শুকুৰবাৰে পুৱা ৭-০০ বজাত  আন্ত:ৰাষ্ট্ৰীয় যোগদিৱস অনুষ্ঠিত হয় ৷ উক্ত যোগদিৱস অনুষ্ঠানত  ডি এন পি এলৰ অধক্ষ বিজয় গুপ্তাৰ উপস্থিতিত প্ৰশিক্ষক দিলপ বাৰৰীআৰু বিষ্ণুপুৰ মণ্ডল সভানেত্ৰী কৃষ্ণা দাস ১৮নং ৱাৰ্ডৰ পৰিষদ শংকৰ চক্ৰৱৰ্তী ১৯ নং ৱাৰ্ডৰ পাৰিষদ বৃজেশ ৰয় ২০ নং ৱাৰ্ডৰ গৌৰগোপাল মণ্ডলৰ  উপস্থিতিত মণ্ডলৰ বিষয় ববীয়া শক্তিকেন্দ্ৰৰ আহ্বায়ক মৰ্চাৰ সভাপতি বুথসভাপতি সকলৰ লগতে বিষ্ণুপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here