মেঘালয়ৰ যোৰাবাটত কাৱাছাকি ফ্লেগশ্বিপ শ্ব'ৰুমৰ গ্ৰেণ্ড মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 7 June 2024

মেঘালয়ৰ যোৰাবাটত কাৱাছাকি ফ্লেগশ্বিপ শ্ব'ৰুমৰ গ্ৰেণ্ড মুকলি

 


W7s news  গুৱাহাটী : জাপানী ছুপাৰ বাইক কোম্পানী কাৱাছাকি ইণ্ডিয়া মটৰ্ছে বৃহস্পতিবাৰে বিয়লি মেঘালয়ৰ যোৰাবাটত  উদ্বোধনী অনুষ্ঠানৰ মাজতে নতুন কাৱাছাকি ফ্লেগশ্বিপ শ্ব’ৰুমৰ ৰূপত নতুন দুৱাৰ মুকলি কৰা হয়। এই  উদ্বোধনী কাৰ্যসূচীত  মনীষ ছ চাক্সেনা, বিক্ৰী আৰু বিপণন মুৰব্বী (ইণ্ডিয়া কাৱাছাকি মটৰ্ছ),  আশীষ সত্তিকাৰ, হ’ম’ল’গেচন, ৰেগুলেচন এণ্ড টেক চাৰ্ভিচেছ,  হৰ্শাল ডাংগে, এ এছ এম (ইণ্ডিয়া কাৱাছাকি মটৰ্ছ)  বন্তি প্ৰজ্বলন , কেক কাটি , ফিটা কাটি এই অনুষ্ঠানৰ উদ্বোধন কৰে। উল্লেখ্য,এই শ্ব ' ৰুমৰ জৰিয়তে ৰোমাঞ্চকৰ উপহাৰ, একচেটিয়া অফাৰ আৰু বহুতো আকৰ্ষণীয় সেৱা আগবঢ়ৱা হ'ব। বহু  বাইকাৰ, ৰেচাৰ, ডিজিটেল প্ৰভাৱশালী, বিশেষ অতিথি আৰু আমন্ত্ৰিত লোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ সৌস্তব বৃদ্ধি কৰে


। এই অঞ্চলৰ এই নতুন ফ্লেগশ্বিপ শ্ব’ৰুমে উত্তৰ-পূৰ্বাঞ্চলৰ বাইক প্ৰেমীসকলৰ উৎসাহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here