W7s news গুৱাহাটী: গুৱাহাটী ক্লাৱৰ চন্দ্ৰ প্ৰভা শইকীয়ানী ভৱনত সপ্তক সংগীত কলা বিদ্যালয়ৰ উদ্যোগত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সুৰৰ এনাজৰী ২০২৪শীৰ্ষক অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰতিদিন টাইমৰ সাংবাদিক চিন্টু মনি শইকীয়াক "সংবাদ প্ৰেৰণা বঁটা ২০২৪" প্ৰদান কৰা হয়। লগতে সমাজৰ ৪ গৰাকী বিশেষ ব্যক্তিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সোঁৱৰণি বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বহু কেইগৰাকী শিল্পীয়ে অনুষ্ঠানত ৰাভা সংগীত পৰিবেশন কৰে। অনুষ্ঠানটো পৰিচালনা কৰে হৃশিকেশ শইকীয়া কৰে ৰেখা শইকীয়াই।
Post Top Ad
Responsive Ads Here
Sunday, 23 June 2024

সপ্তক সংগীত কলা বিদ্যালয়ৰ উদ্যোগত বিশেষ অনুষ্ঠান
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment