ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সমাৰোহ ১৯ আৰু ২০ নং ৱাৰ্ড --------------------------- - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 May 2024

ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সমাৰোহ ১৯ আৰু ২০ নং ৱাৰ্ড ---------------------------



W7s গুৱাহাটীঃ ৪ এপ্ৰিল ২০২৪ শুক্ৰবাৰে  ২০ নং ৱাৰ্ডত আবেলি ৫-৩০ বজাত ২০ নংৱাৰ্ডৰ  পাৰিষদ গৌৰগোপাল মণ্ডলৰ সহযোগত আমবাৰী ৰংপথাৰৰ বাকৰিত  ১৫০০ ৰ অধিক জনসাধাৰণৰ উপস্থিতিত আৰু ১৯ নংৱাৰ্ডৰ পাৰিষদ বৃজেশ ৰয়ৰ সহযোগত ১০০০ৰ অধিক জনসাধাৰণৰ উপস্থিতিত বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত দুয়োটা কাৰ্যসূচীত  মণ্ডলৰ সভানেত্ৰী কৃ্ষ্ণা দাসৰ উপস্থিত  বিজয় সংকল্প  সমাৰোহত  মু্খ্যঅতিথি হিচাপে উপস্থিত থাকে অসম চামৰকাৰৰ মননীয়া বিত্তমন্ত্ৰী অজন্তা নেওগ বিশিষ্ট অতিথি অসম গণপৰিষদ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা  ডি এন এল পিৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ  অসম গণ পৰিষদৰ গোলাপ ডেকা অমৃত ঠাকুৰীয়া বিষ্ণুপুৰ মহিলা মৰ্চাৰ সভানেত্ৰী বনস্মিতা কলিতা  ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱ  ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী চেন্টেল গুৱাহাটীৰ বিস্তাৰক দ্বীপজ্যোতি মিশ্ৰ অগপৰ প্ৰাক্তন পাৰিষদ ৰুপালী দেৱী অগপৰ চেন্ট্ৰল গুৱাহাটীৰ সম্পাদক নাৰায়ন মালাকাৰ  অগপৰ যুৱপৰিষদৰ গুৱাহাটী মহানগৰৰ সম্পাদক ৰাহুল কলিতা  উপস্হিতিত  সহযোগ কৰে বিষ্ণুপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী ভবেশ চৰকাৰ  কাৰ্যালয় সম্পাদক ভৰত দাস  ও বি চি মৰ্চাৰ সভাপতি ৰাজগুৰুং শক্তিকেন্দ্ৰৰ আহ্বায়ক হীৰেন সিং ৰাজু বাৰৰী সুন দাস  মণ্ডলৰ উপ -সভানেত্ৰী ৰীতা পাল  অসম গণপৰিষদৰ ৰতন পাল মণ্ডলৰ উপসভাপতি ইভা মণ্ডল  সম্পাদক ৰাজু কোকৰাঝা  সুকুমাৰ সৰকাৰ কুশল বাৰৰী  বুথ সভানেত্ৰী শেৱালী মুৰাৰী  আৰু ৰুপালী দাস নীতা ডেকা  শক্তিকেন্দ্ৰৰ আহ্বায়ক শুভ্ৰজ্যোতি সৰকাৰ  ভক্ত দাস বাপ্পা পাল দশৰথ শৰ্মা চানি তপদ্বাৰ সত্ৰুঘ্ন চৌহান   ৰাজুগুপ্তা  উপস্থিতিত বিজয় সংকল্প সমাৰোহৰ সামণি পৰে বুলি সাধাৰণ সম্পাদক বাবুল ৰাজবংশীয়ে প্ৰেছবিজ্ঞপ্তি যোগে জনাই ৷

সাধাৰণ সম্পাদক

বাবুল ৰাজবংশী

বিষ্ণুপুৰ মণ্ডল

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here