ষষ্ঠ বাৰ্ষিক ধঁপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা শীৰ্ষক চাইক্লথন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 May 2024

ষষ্ঠ বাৰ্ষিক ধঁপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা শীৰ্ষক চাইক্লথন

 


W7s news গুৱাহাটী':  পথিকৰ সহযোগত গুৱাহাটীৰ  উচ্চ প্ৰযুক্তিৰে নিৰ্মিত চিকিৎসালয় আৰ্হিত ষষ্ঠ বাৰ্ষিক ধঁপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা শীৰ্ষক এক চাইক্লথন দেওবাৰে আয়োজন কৰা হয়। আৰ্হিৰ মুখ্য কাৰ্যবাহী বিষয়া লগতে কান নাক ডিঙি বিশেষজ্ঞ মহামায়া প্ৰসাদ সিং আৰু কৰ্কত ৰোগৰ শল্য চিকিৎসক লগতে আৰ্হি কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক যদুনাথ বুঢ়াগোহাঁয়ে ধঁপাতৰ অপকাৰিতাৰ সম্পৰ্কে বাখ্যা কৰে লগতে যুৱ  প্ৰজন্মক ধঁপাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এক গছপুলি ৰোপন কাৰ্যসূচিও হাতত লোৱা হয়। সকলোৰে পৰিচিত চাইক্লিষ্ট কৌশিক গুহ ই ৮৭৭ দিনৰ এটি আমলখি পুলি ৰোপন কৰি আৰ্হি চিকিৎসালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here