ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত নিৰ্বাচনী ৰাজহুৱা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 April 2024

ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত নিৰ্বাচনী ৰাজহুৱা সভা

 



W7s news গুৱাহাটী: ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ মনোনীত পাৰ্থী বিজুলী কলিতা মেধিৰ উপস্থিতিত  ৩৬ গুৱাহাটী চেন্ট্ৰেল বিধান সভা সমষ্টিৰ বিষ্ণুপুৰ মণ্ডলৰ উদ্যোগত বিষ্ণুপুৰ বিমলা নগৰ খেলপথাৰত বুধবাৰে


আবেলি  এখন ৰাজহুৱা  সভা অনুষ্ঠিত হয়। সভাত   ডি এন এল এ  উপাধ্যক্ষ বিজয় কুমাৰ গুপ্তা, অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহক অশোক ভৰালী, উপ-মেয়ৰ স্মিতা ৰয় , গুৱাহটী মহানৰ জিলা সমিতিৰ উপ-সভাপতি উৎপল দাস, জি এম ডি এৰ উপধ্যক্ষ মুকতা ডেকা, অসম গণ পৰিষদৰ  গুৱাহাটী চেন্ট্ৰেলৰ সম্পাদক চেন্ট্ৰেল গুৱাহাটী বিস্তাৰক দ্বিপজ্যোতি মিশ্ৰ,  অসম গণ পৰিষদৰ প্ৰাক্তন পাৰিষদ ৰুপালী দেৱী, চেন্ট্ৰেল গুৱাহাটী অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক নাৰায়ন মালাকাৰৰ লগতে বিষ্ণুপুৰ  মণ্ডলৰ অন্তৰ্গত পাৰিষদ ব্ৰীজেশ ৰয়, শংকৰ চক্ৰৱৰ্তী ,গৌৰগোপাল মণ্ডল, সন্দিপ দেৱ, মণ্ডলৰ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী, ভবেশ সৰকাৰ আৰু বিষ্ণুপুৰ মণ্ডল অন্তৰ্গত শক্তিকেন্দ্ৰৰ আহ্বায়ক সকল  বুথ সভাপতি সকলৰ লগতে কাৰ্যকৰ্তা সকল আৰু মণ্ডলৰ  আটাইকেইটা মৰ্চাৰসভাপতি সমন্বয়ে কাৰ্যকৰ্তা সকল আৰু অসম গণপৰিষদৰ কাৰ্যকৰ্তা সকল উপস্থিত থকাৰ লগতে ১৯নং ৱাৰ্ডৰ উপৰি  সহস্ৰাধিক জনগণ উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here