চানৰাইজৰ উদ্যোগত চিটি চেণ্টাৰত বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 April 2024

চানৰাইজৰ উদ্যোগত চিটি চেণ্টাৰত বিহু


 

W7s news,,গুৱাহাটী, ১২ এপ্ৰিলঃ ১০০ জন যুৱ শিল্পীয়ে  আজি গুৱাহাটীৰ চিটি চেণ্টাৰত বিহু নৃত্য পৰিবেশন কৰি  মনোমোহা পৰিবেশৰ সৃষ্টি কৰে। আইটিচি চানৰাইজৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত 'চানৰাইজৰ সৈতে বিহু আদৰোগৈ ব'লা' শীৰ্ষক গীতৰ ছন্দত সম্পূৰ্ণ সুসংগত ভাবে শিল্পীসকলে পৰিবেশ কৰে বিহু। কেৱল বিহু উদযাপনৰ বাবে প্ৰখ্যাত অসম সংগীতজ্ঞ বিজয় শংকৰ দাসে ৰচনা কৰা এই বিহু সংগীত ভিডিঅটো প্ৰস্তুত কৰা হৈছে।  ৰিতিশা শৰ্মা, নিতুল দাধোৰাৰ কন্ঠত বাণীবদ্ধ কৰা এই বিহু গীতৰ ভিডিঅত অভিনয় কৰিছে জনপ্ৰিয়  অভিনেতা মধুস্মিতা দিহিঙীয়া আৰু প্ৰতিভাশালী নীল তামুলীয়ে। মিউজিক ভিডিঅ' লিংক: https://www.youtube.com/watch?v=qIEwsXgawH8

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here