একাদশসংখ্যক জি এছ আই এফ ৰাষ্ট্ৰীয় কেটলবেল চেম্পিয়নশ্বিপ আৰু ষষ্ঠ ডব্লিউ কে এছ এফ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় ট্ৰফীত উজলিল অসম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 March 2024

একাদশসংখ্যক জি এছ আই এফ ৰাষ্ট্ৰীয় কেটলবেল চেম্পিয়নশ্বিপ আৰু ষষ্ঠ ডব্লিউ কে এছ এফ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় ট্ৰফীত উজলিল অসম

 

W7s news,,,,


গুৱাহাটী:- একাদশ জি এছ আই এফ ৰাষ্ট্ৰীয় কেটলবেল চেম্পিয়নশ্বিপ/ষষ্ঠ ডব্লিউ কে এছ এফ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় ট্ৰফী-২০২৪ত কেটলবেল এণ্ড ফিটনেছ এছ’চিয়েশ্যনৰ তত্বাৱধানত অসম দলে ৬ স্বৰ্ণ (অক্ষত বৰুৱা-২, য়ুনয় গুপ্তা-৩, বিশ্বজিৎ বৰ্মন-১), এটা ৰূপ (বিশ্বজিৎ বৰ্মন) আৰু এটা ব্ৰঞ্জ (ইন্দ্ৰাণী তপতী) পদক অৰ্জন কৰে৷। ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ গুৰুগ্ৰামত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ জি এছ আই এফ (গিৰেৱ’য় স্প’ৰ্টছ ইণ্ডিয়া ফেডাৰেশ্যন)ৰ উদ্যোগত এই চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here