এইবাৰ ৰিল লাইফত আলফাৰ সংগ্ৰাম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 January 2024

এইবাৰ ৰিল লাইফত আলফাৰ সংগ্ৰাম

 




W7s news গুৱাহাটী: প্ৰতিষ্ঠিত ছবি নিৰ্মাতাই নিৰ্মাণ কৰিব আলফাক লৈ বিগ বাজেটৰ ছবি।ছবিখনত থাকিব তাৰকা অভিনেতা-অভিনেত্ৰী।দৃষ্টি ৰাজখোৱাৰ চৰিত্ৰত ৰনবীৰ হুডাই অভিনয় কৰাৰ সম্ভাৱনা। Ra-one, war2, Ek tha tiger ৰ সৈতে জড়িত বিশাল ত্যাগীয়ে নিৰ্মাণ কৰিব ছবিখন।Top gun , gun down শীৰ্ষক নামেৰে ছবিখন মুকলি কৰাৰ পোষকতা ।দৃষ্টি ৰাজখোৱাৰ পত্নী লিলা দি মাৰাকো হ'ব ছবিখনৰ অন্যতম বিষয়বস্তু ।ছবি নিৰ্মাতাৰ মন্তব্য-


প্ৰথমখন biopic চিনেমা য’ত বাস্তৱতে ইমান action আছে , গতিকে চিনেমাখনত কিমান action থাকিব ভাৱক ।”“Love story ও থাকিব এইখন চিনেমাত।”অসম সন্দৰ্ভত থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ লক্ষ্য এই চিনেমাখনৰ ।”৭০ কোটিৰ ওপৰত বাজেট হ’ব চিনেমাখনৰ ।অক্টোবৰ-নৱেম্বৰ মাহত আৰম্ভ হ’ব চিনেমাখনৰ শ্বুটিং ।”আনুষ্ঠানিকভাৱে ঘোষণা ছবি নিৰ্মাতাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here