পাঞ্জাবাৰীত ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ আইদেউ ছবিগৃহৰ শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই.. - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 15 January 2024

পাঞ্জাবাৰীত ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ আইদেউ ছবিগৃহৰ শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই..

 


অসম চলচিত্ৰ নিগমৰ  আইদেউ ছবিগৃহত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।  

২০১৩ চনতে নিৰ্মাণ কাম আৰম্ভ হৈছিল এই ছবিগৃহৰ।এই ছবিগৃহৰ উদ্বোধনৰ পাছতে আন এক ছবিগৃহ সংযোজিত হ'ল।চিনেমা হ'ল সংখ্য কম বুলি কৈ থকাৰ সময়তে এই ছবিগৃহ মুকলিয়ে ছবিপ্ৰেমিৰ বাবে সুবিধা কৰি তুলিব।১৩ খন চলচ্চিত্ৰ ভিতৰত ৭ খনে বটাঁ পাবলৈ সক্ষম হৈছে ।চলচ্চিত্ৰই সামাজিক দিশসমূহৰ লগতে সাংস্কৃতিক দিশ সমূহ সাঙুৰি লয়।ৰজাশৰিচন্দ্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম ছবিখন ।১৯৩৫ চনত জয়মতীৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই ছবিৰ সোণশেৰীয়া যাত্ৰা আৰম্ভ কৰিছিল।আইদেউ ছবিগৃহ মুকলি অনুষ্ঠানতে ৰীমা দাসৰ ৰাষ্টীয় বটঁা প্ৰাপক অনুনাদৰ উদ্বোধন কৰিবলৈ পাই সুখী অনুভৱ কৰিছো

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here