আন্তৰাষ্ট্ৰীয় শিল্পকলা প্ৰদৰ্শন উৎসৱ-২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 November 2023

আন্তৰাষ্ট্ৰীয় শিল্পকলা প্ৰদৰ্শন উৎসৱ-২০২৩

 


W7s news গুৱাহাটী: গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আন্তৰাষ্ট্ৰীয় শিল্পকলা প্ৰদৰ্শন উৎসৱ-২০২৩। দেশৰ ভিন্ন ৰাজ্যৰ লগতে সু-দূৰ দক্ষিণ আমেৰিকাৰ কলম্বিয়াৰ পৰাও কলাকুশলীয়ে ভাগ লয় উক্ত অনুষ্ঠানত।


দেশৰ ভিন্ন প্ৰান্তৰ কলা-সাংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রদর্শন কৰাই এক সুকীয়া মঞ্চ আগবঢ়াই আহিছে আই পি এ এফে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here