দীপজ্যোতি-দীপাংকৰক বিছমিল্লা খান যুৱ বঁটা প্ৰদান* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 November 2023

দীপজ্যোতি-দীপাংকৰক বিছমিল্লা খান যুৱ বঁটা প্ৰদান*


 *

W7s news,,,গুৱাহাটী,  : যোৱা ১৭ নৱেম্বৰৰ সন্ধিয়া শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ যুৱ সত্ৰীয়া নৃত্যশিল্পী যুটি দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাক ওস্তাদ বিছমিল্লা খান যু্ৱ বঁটা প্ৰদান কৰা হয়৷ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীয়ে ২০২১ বৰ্ষৰ বাবে দুয়োলৈ এই বঁটা আগবঢ়াইছিল৷ সংগীত নাটক অকাডেমীৰ সচিব ৰাজু দাস আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সত্ৰীয়া নৃত্য গুৰু শাৰদী শইকীয়াই দীপজ্যোতি- দীপাংকৰক এই বঁটা প্ৰদান কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here