ইছ ট্যোহাৰ ন ইণ্টেজাৰ”(‘IssTyohaar No Intezaar’)এ.ইচডিএফচি বেংকে মুকলি ফেস্টিভ ট্ৰিট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 October 2023

ইছ ট্যোহাৰ ন ইণ্টেজাৰ”(‘IssTyohaar No Intezaar’)এ.ইচডিএফচি বেংকে মুকলি ফেস্টিভ ট্ৰিট

 “


• ১০,০০০ তকৈ অধিক অফাৰ, ৫০,০০০ টকা পৰ্যন্ত  সঞ্চয়ৰ সৈতে এইচডিএফচি বেংক কাৰ্ড আৰু   “ ই এ এছ য়েমি “ (EAS YEMI)

• গ্ৰাহকৰ ব্যক্তিগত আৰু ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে তৎক্ষণাত ডিজিটেল সমাধান


W7s news,,,গুৱাহাটী, : : এইচ ডি এফ চি বেংকে   ত ১০,০০০+ অফাৰৰ সৈতে  চুপাৰফাষ্ট বেংকিং সেৱা আৰু কাৰ্ড আৰু EASYEMI ত বাৰ্ষিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে । চাৰিটা সফল অভিযানৰ অন্তত এইবাৰৰ থিম হৈছে “ইছ ট্যোহাৰ ন ইণ্টেজাৰ”(‘ “IssTyohaar No Intezaar”,) অৰ্থাৎ এই উৎসৱৰ বতৰত কোনো অপেক্ষা নাই। এই উৎসৱৰ বতৰত বজাৰ কৰাটো সকলো গ্ৰাহকৰ বাবে সৌভাগ্য  আৰু সুলভ কৰি তুলিবলৈ বেংকে একাউণ্ট, ঋণ, কাৰ্ড, ইয়াইএমআই, গ্ৰাহক ঋণ, কাৰ্ডলেছ ইয়াইএমআই, আৰু অন্যান্য সামগ্ৰীৰ মাজেৰে অফাৰৰ আয়োজন চলাববাৰ্ষিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।ফেষ্টিভ ট্ৰিটৰ অধীনত দৰমহাপ্ৰাপ্ত ব্যক্তি আৰু ব্যৱসায়ৰ মালিককে ধৰি সকলো বৰ্তমানৰ আৰু বেংক নথকা গ্ৰাহকে এই অফাৰসমূহৰ সুবিধা লব পাৰিব। বেংকে ঘৰ, বাহন, ব্যৱসায়, ব্যক্তিগত প্ৰয়োজনীয়তা, আৰু অধিক বাবে ৰেহাই সুতৰ হাৰ আৰু প্ৰচেছিং মাচুলত এক্সপ্ৰেছ ঋণ আগবঢ়াইছে। ইয়াৰ উপৰিও বেংকৰ এপল, চেমচাং, এল জি, চনী, হাইয়াৰ, HP, Acer, IKEA,Home Centre, Amazon, Lifestyle, আৰু আন বহুতো প্লেটফৰ্ম। ইয়াৰ উপৰিও গ্ৰাহকে কাৰ্ড আৰু কনজিউমাৰ লোনত HDFC Bank Cards & EASYEMI বিকল্প ব্যৱহাৰ কৰি ৫০,০০০ টকা পৰ্যন্ত সঞ্চয় কৰাৰ সুযোগ পায়।এইচ ডি এফ চি বেংকৰ মুখ্য বিপণন বিষয়া মিষ্টাৰ ৰবি সন্থানামে কয় যে, “ফেষ্টিভ ট্ৰিটছ অভিযানে এই উদযাপনৰ বতৰত সুখ বিয়পোৱাৰ বাবে আমাৰ সমৰ্পণক মূৰ্ত কৰি তুলিছে। আকৰ্ষণীয় ডিল আৰু অফাৰৰ বাবে অপেক্ষা শেষ। আমাৰ উন্নত তৎক্ষণাত ডিজিটেল সমাধানৰ জৰিয়তে গ্ৰাহকে নিজৰ ইচ্ছা পূৰণৰ বাবে অনলাইনত বেংকিং সেৱাসমূহ নিৰৱচ্ছিন্নভাৱে প্ৰৱেশ কৰিব পাৰে। প্ৰচাৰ শ্লোগান “IssTyohaar No Intezaar,” সহজ আৰু সুবিধাৰ সৈতে উৎসৱমুখৰ উল্লাসৰ প্ৰতীক। আমি আমাৰ সকলো গ্ৰাহকক উৎসৱৰ বতৰৰ শুভেচ্ছা জনাইছো!”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here