ফ্লিপকাৰ্টৰ বিবিডি বিক্ৰীত INR ৩২,৯৯৯ টকাৰ অবিশ্বাস্য মূল্যত ন’থিং ফোন (২) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 October 2023

ফ্লিপকাৰ্টৰ বিবিডি বিক্ৰীত INR ৩২,৯৯৯ টকাৰ অবিশ্বাস্য মূল্যত ন’থিং ফোন (২)


 ‘

“INR ৪৪,৯৯৯/- টকা মূল্যৰ ফোনটো (২) এতিয়া সীমিত সময়ৰ বাবে INR ৩২,৯৯৯/- টকাত উপলব্ধ, যাৰ ভিতৰত আছে কিছুমান বেংক কাৰ্ডত INR ৩০০০/- টকাৰ ৰেহাই আৰু INR ৪০০০/- টকাৰ বোনাচ বিনিময় অফাৰ।”

“৮ জিবি/১২৮জিবিৰ ন’থিং ফোনটো (২) এতিয়া বগা ৰংত মুকলি কৰা হৈছে আৰু ই কেৱল ফ্লিপকাৰ্টত হে উপলব্ধ হ’ব।”

“স্নেপড্ৰেগন® 8+ জেনেৰেশ্যন ১ ম’বাইল প্লেটফৰ্মৰ সৈতে সমৃদ্ধ ফোনটোত এটা শক্তিশালী ৫০ মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰা আৰু এলটিপিঅ’ৰ সৈতে এটা অনবদ্য ১২০ হাৰ্টজ ৬.৭ ইঞ্চিৰ এমোলেড ডিছপ্লে আছে।”

ফ্লিপকাৰ্টত ৪.৪ ৰেটিংৰ সৈতে, ন’থিং ফোন (২) হৈছে এই মূল্য পৰিসৰৰ সৰ্বশ্ৰেষ্ঠ হিচাপে ৰেটিং প্ৰদান কৰা স্মাৰ্টফোনবোৰৰ ভিতৰত অন্যতম আৰু এণ্ড্ৰইড স্মাৰ্টফোনৰ ক্ষেত্ৰত ‘বিক্ৰীৰ পিছৰ’ সৰ্বশ্ৰেষ্ঠ ৰেটিংৰ ফোন

ন’থিংৰ অপাৰেটিং ছিষ্টেম ২.০ ডিজাইন কৰা হৈছে বিক্ষিপ্ততা হ্ৰাস কৰিবলৈ আৰু ন’থিংৰ অনন্য নান্দনিকতাক সামৰি লোৱা এটা ক্ষীপ্ৰ আৰু মসৃণ অভিজ্ঞতা প্ৰদান কৰিবলৈ



W7s news,,,,,লণ্ডনৰ বিখ্যাত প্ৰযুক্তি ব্ৰেণ্ড ন’থিং-এ শেহতীয়াকৈ মুকলি কৰা ফোন (২) আগন্তুক ৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া  ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’ ছেলত ৰেহাই মূল্যত মাত্ৰ INR ৩২,৯৯৯ টকাতে উপলব্ধ হ’ব। উল্লেখ্য যে এই ফোনটোৰ মূল্য প্ৰকৃততে INR ৪৪,৯৯৯ টকা। ইফালে, সদস্যভুক্তি হৈ থকা গ্ৰাহকসকলে এই ন’থিং ফোনটো উল্লেখ্য বিশেষ মূল্যত এদিন পূৰ্বৰে পৰা সংগ্ৰহ কৰিব পাৰিব। 

ফ্ৰিলপকাৰ্টৰ বিগ বিলিয়ন ডে’ ছেলছৰ সময়ত ন’থিং ফোন (২) ক্ৰয় কৰাৰ মুখ্য কাৰণসমূহ ইয়াত উল্লেখ কৰা হৈছে:

প্ৰিমিয়াম প্ৰদৰ্শন: স্নেপড্ৰেগন® 8+ জেনেৰেশ্যন ১ ম’বাইল প্লেটফৰ্ম আৰু ৪৭০০ এমএএইচ বেটাৰীৰে সুসজ্জিত এই ফোন (২)এ ক্ষীপ্ৰ প্ৰদৰ্শনৰ লগতে দীৰ্ঘস্থায়ী বেটাৰী প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলে দ্ৰুতভাৱে আৰু তাঁৰবিহীনভাৱেও এই ফোনটো চাৰ্জ কৰিব পাৰে। উল্লেখ্য যে মাত্ৰ ২০ মিনিটতকৈও কম সময়তে ৫০% বেটাৰী চাৰ্জ কৰিব পাৰে এই পদ্ধতিৰে। ফোন (২) এ বেটাৰী লাইফৰ সৈতে আপোচ নকৰাকৈ অনুকূল শক্তি ব্যয় আৰু অনবদ্য সেৱা নিশ্চিত কৰিবলৈ 120hz ৰ পৰা 1z লৈ এটা এডাপ্টিভ ৰিফ্ৰেছ হাৰৰ সৈতে এটা এজ-টু-এজ 120 Hz 6.7-ইঞ্চি LTPO AMOLED ডিছপ্লে’ প্ৰদান কৰে।শক্তিশালী কেমেৰা: ফোন (২)এ ন’থিংৰ আটাইতকৈ প্ৰিমিয়াম স্মাৰ্টফোন কেমেৰা প্ৰদান কৰে য’ত ৩২ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে, আৰু এটা ডুৱেল ৰিয়াৰ কেমেৰা আছে। ইয়াতেই আছে এনে এক ছিষ্টেম, য’ত দুটা উন্নত ৫০ মেগাপিক্সেলৰ চেন্সৰ আছে। ইয়াৰ মুখ্য চেন্সৰ হিচাপে ছ’নী আইএমএক্স ৮৯০ আছে। উন্নত ১৮-বিট ইমেজ ছিগনেল প্ৰচেছৰ (আইএছপি)ৰ সৈতে সজ্জিত, ফোনৰ (২) ৪০০০ বাৰলৈকে কেমেৰা ডাটা প্ৰচেছ কৰাৰ ক্ষমতা আছে।আইকনিক ডিজাইন: ফোন (২) এ অনবদ্য নান্দনিকতা প্ৰদৰ্শন কৰে। ইয়াৰ বাবে ফোনটোত থাকে এক সুসংহত আৰু সমতুল্য ডিজাইন পদ্ধতি, যিয়ে প্ৰতিটো উপাদানৰ আকৃতি, ৰং, অৱস্থান আৰু গাঁথনি সন্তৰ্পনে বিবেচনা কৰে।নতুন গ্লিফ ইণ্টাৰফেচ: ফোনৰ স্ক্ৰীণ নোচোৱাকৈ গ্লিফ ইণ্টাৰফেচে ব্যৱহাৰকাৰীক অত্যাৱশ্যকীয় তথ্য প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ সম্পৰ্ক আৰু এপ্পবোৰত ব্যক্তিগতকৃত প্ৰকাৰৰ পোহৰ আৰু ধ্বনি অৰ্ডাৰ আৱণ্টন কৰিব পাৰে, যাৰ ফলত তেওঁলোকে আহি থকা অধিসূচনাবোৰতকৈ এখোজ আগবাঢ়ি থাকিব পাৰে। উবেৰ আৰু জোমাটোৰ দৰে ডেলিভাৰী আৰু ৰাইড শ্বেয়াৰ এপ্পৰ সৈতে এপ্প একত্ৰীকৰণো আছে ফোনটোত, য’ত ব্যৱহাৰকাৰীসকলে স্ক্ৰীণখন চোৱাৰ প্ৰয়োজন নোহোৱাকৈ গ্লাইফ ইণ্টাৰফেচৰ জৰিয়তে বাহনৰ আগমন আৰু ডেলিভাৰী স্থিতি ট্ৰেক কৰিব পাৰে।“ন’থিং অপাৰেটিং ছিষ্টেম ২.০-য়ে ব্যৱহাৰকাৰীসকলক গ্ৰিড ডিজাইন, উইজেট আকাৰ, আৰু ৰঙৰ থীম অনুকূলিত কৰাৰ লগতে নতুন ফ’ল্ডাৰ লে’আউট আৰু চিত্ৰিত কভাৰ প্ৰৱৰ্তন কৰাৰ শক্তি প্ৰদান কৰে।”গ্ৰাহকৰ অভিজ্ঞতা আৰু ৰেটিং: শেহতীয়াকৈ অনুষ্ঠিত গ্ৰেট ইণ্ডিয়ান স্মাৰ্টফোন জৰীপত, কেমেৰা আৰু ছফ্টৱেৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা শ্ৰেষ্ঠতম এণ্ড্ৰইড ফোন হিচাপে ন’থিংক বাচনি কৰা হৈছে। এণ্ড্ৰইড ফোনবোৰৰ মাজত সৰ্বশ্ৰেষ্ঠ ‘বিক্ৰীৰ পিছৰ অভিজ্ঞতা’ প্ৰদান কৰাৰ বাবে অন্যতম শ্ৰেষ্ঠ ফোন হিচাপে বিবেচিত হৈছে এই ন’থিং ফোন। লগতে ৩ বছৰতকৈ কম সময়তে গ্ৰাহকৰ উৎকৰ্ষতা লাভ কৰা ফোন হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছে ফোনটোৱে। ন’থিং-এ সমগ্ৰ দেশত ১৯০০০ পিন কোড পৰিৱেশন কৰি সেৱা কেন্দ্ৰবোৰৰ কভাৰেজ ২৩০ ৰ পৰা ৩০০ তকৈ অধিকলৈ সম্প্ৰসাৰিত কৰিছে।

BBD এক্সক্লুছিভ

ন’থিং-এ ফোন (২) হোৱাইট ৮জিবি/১২৮ জিবি ফোনটো কেৱল ফ্লিপকাৰ্টত INR ৩২,০০০/- টকাৰ বিশেষ ৰেহাই মূল্যত বিগ বিলিয়ন ডে’ত মুকলি কৰিছে। এইটো ইতিমধ্যে গ্ৰে’ ৰঙত উপলব্ধ হৈছে।ইয়াৰ উপৰি ফোন  (২) 12GB/256GB (INR ৩৭,৯৯৯ টকা) আৰু 12GB/512GB (INR ৪২,৯৯৯ টকা) দুয়োটা ৰংতে উপলব্ধ।এই মূল্যবোৰৰ ভিতৰত আছে আইচিআইচিআই বেঙ্ক, এক্সিছ বেঙ্ক আৰু কোটাক মহিন্দ্ৰা বেঙ্ক কাৰ্ডত ৩০০০/- টকাৰ তাৎক্ষণিক ৰেহাই । লগতে, স্মাৰ্টফোন ডিভাইচৰ বিনিময়ত INR ৪০০০/- টকাৰ বিনিময় বোনাচ অফাৰ ক্ৰেতাসকলৰ বাবে সীমিত ম্যাদৰ অফাৰ উপলব্ধ।এক্সেচৰিজৰ অফাৰসমূহৰ ভিতৰত আছে: পাৱাৰ (৪৫ৱাট) এডাপ্টাৰ INR ১,৯৯৯ টকা,  ইয়াৰ (ষ্টিক) INR ৪,৯৯৯ টকাত আৰু ইয়াৰ (২) ৬,৯৯৯ টকাত। অৱশ্যে এইবোৰত চৰ্ত প্ৰযোজ্য থাকিব। ষ্টক শেষ নোহোৱালৈকে অফাৰ বৈধ থাকিব।অদিক তথ্যৰ বাবে আৰু শেহতীয়া অফাৰবোৰৰ বিষয়ে জানিবলৈ ভ  <Flipkart LOTI Home Page>ত ভিজিট কৰিব পাৰে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here