দুৰ্গা পূজা উপলক্ষে তাজ ভিৱান্তাত খাদ্য উৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 October 2023

দুৰ্গা পূজা উপলক্ষে তাজ ভিৱান্তাত খাদ্য উৎসৱ

 


W7s news গুৱাহাটী: শাৰদীয় দুৰ্গা পূজা উপলক্ষে গুৱাহাটীৰ তাজ ভিৱান্তাত এক বিশেষ খাদ্য উৎসৱৰ আয়োজন কৰা হৈছে। এই খাদ্য উৎসৱ ১৯ অক্টোবৰৰ পৰা আৰম্ভ হৈ ২৫ অক্টোবৰত সামৰণি পৰিব বুলি হোটেলৰ এৰিয়া সঞ্চালক তথা মহাপ্ৰৱন্ধক জয়ন্ত দাসে মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত সদৰী কৰে। তেওঁ কয়- নবৰাত্রী তথা দুৰ্গা পূজা বিশেষ।নৱৰত্ন থালি, সাগৰীয় সম্ভাৰ, বঙালী নিৰামিষ আৰু আমিষ থালি দুপৰীয়া আৰু নিশা খাদ্য ৰসিকে জুতি ল'ব পাৰিব। আমি খাদ্য ৰসিকৰ বিশেষ সঁহাৰি লাভ কৰিম বুলি আশা কৰিছোঁ। আমাৰ এই থালি সমূহ আন লিমিটেড।।লগতে বঙালী বিশেষ মিঠাই থাকিব। নিৰামিষ থালি ১২৫০ টকা, আমিষ থালি


১৫০০ টকা আৰু বঙালী সাগৰীয় খাদ্যৰ থালি  ১৭০০ টকাত পোৱা যাব। এই খাদ্য  সম্ভাৰ সমূহৰ ভিতৰত থাকিব বাসন্তী পোলাও, লুচি, আলু জিকা পোস্তো, মিছা মাছৰ মলাই কাৰী, ঢোকাৰ ডালনা, কোচা মাংস, মিঠা দৈ, সন্দেহ আদি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here