ছাত্ৰীবাৰী দেৱপূজা স্হানসমিতিৰ নতুন সমিতি গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 August 2023

ছাত্ৰীবাৰী দেৱপূজা স্হানসমিতিৰ নতুন সমিতি গঠন

 





W7s news গুৱাহাটীঃ     ছাত্ৰীবাৰী কালিমন্দিৰ প্ৰাঙ্গণত বুধবাৰে

সন্ধিয়া ৭ বজাত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত   দেৱপূজা স্হানসমিতিৰ সভাপতি স্বপন পালৰ সভাপতিত্বত  পুৰণা সমিতি ভংগ আৰু পদত্যাগ ৷ সভাৰ প্ৰস্তাৱ মৰ্মে ২০২৩ বৰ্ষৰ বাবে নিৰ্বাচিত সমিতি খন ক্ৰমে সভাপতি প্ৰণৱ মেধি(বাবুল) উপসভাপতি কাজল ৰয় আৰু গোপাল বিশ্বাস কাৰ্যকৰী সভাপতি বাবুল ৰয়  ধনভৰালী সাজল ৰয় মুখ্য উপদেষ্টা প্ৰদীপ হাজৰিকা  সম্পাদক দেৱশিষ দাস (জিুচু) সহ সম্পাদক কমলজিৎ চাংমাক লৈ নতুন সমিতিৰ দায়িত্ব অৰ্পণ কৰে ৷সভাত বিদায়ী সভাপতি স্বপন পাল সম্পাদক মুনীন্দ্ৰ বড়ো ধনভৰালী মণি দাসক গামোচা আৰু শৰাইৰে আদৰণী জনোৱা হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here