মালিগাৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 July 2023

মালিগাৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

  



 W7s News গুৱাহাটী :এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত আজি সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়। প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়ৰ প্ৰায় ৮০ জন খেলুৱৈ অংশগ্ৰহণ কৰে । খেলুৱৈৰ উন্নত প্ৰদৰ্শনৰে  প্ৰতিযোগিতাত শিলপুখুৰীৰ মহৰষি বিদ্যামন্দিৰে প্ৰথম  শ্ৰেষ্ঠ আৰু প্ৰাগজ্যোতিষ ছিনিয়ৰ চেকণ্ডাৰী বিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰে ।আজি বিয়লি ৩ বজাৰ পৰা আয়োজিত বটা বিতৰণী সভাত খেলুৱৈ সকলক বটা সমুহ প্ৰদান কৰে এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ সভাপতি সন্দীপ শৰ্মা , এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ একুৱেটিক শাখাৰ সম্পাদক সঞ্জয় দাস , যুটীয়া সম্পাদক ভাৱনা কৰ্ণে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here