প্ৰখ্যাত সমাজকৰ্মী অ 'পি খাণ্ডেলৱালক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 April 2023

প্ৰখ্যাত সমাজকৰ্মী অ 'পি খাণ্ডেলৱালক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান


 

W7s news,,,গুৱাহাটী,  বিগত কেইবা দশক ধৰি সমাজ সেৱাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা প্ৰখ্যাত ব্যৱসায়ী তথা সমাজসেৱক ওম প্ৰকাশ খাণ্ডেলৱালক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। নতুন দিল্লীৰ লোধি ৰোডৰ গুলমোহৰ প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত এক অনুষ্ঠানত সমাজ সেৱাৰ ক্ষেত্ৰত দেখুৱাই অহা অৱদানৰ বাবে মেৰিলেণ্ড ষ্টেট ইউনিভাৰ্চিটি অৱ আমেৰিকা কৰ্তৃপক্ষই ওম প্ৰকাশ খাণ্ডেলৱালক এই উপাধিৰে সজ্জিত কৰা হয়। উল্লেখযোগ্য যে খাণ্ডেলৱালে যোৱা দুবছৰ ধৰি পূৰ্বোত্তৰ প্রদেশীয়া মাৰোৱাৰী সম্মিলনৰ প্ৰদেশিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও, তেওঁ বিভিন্ন সামাজিক প্ৰতিষ্ঠান আৰু সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ যোৱা কেইবা দশক ধৰি সামাজিক আৰু মানৱ সেৱাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here