W7s news,,,অসম আৰু অৰুণাচলৰ ইণ্টাৰউডৰ গৃহ আৰু কাৰ্যালয়ৰ আচবাবৰ এক প্ৰসিদ্ধ প্ৰিমিয়াম ব্ৰেণ্ড 'ফাৰ্নিচাৰৱালা' আজি গুৱাহাটীৰ ভৰলুমুখৰ ৯ নং ৰেল গেটত প্ৰথমটো মডাৰ্ণ লিভিং ষ্ট'ৰ মুকলি কৰা হয়।৪০০০ বৰ্গফুটত গঢ়ি তোলা ফাৰ্নিচাৰৱালাই ৱাৰ্ডৰোব, বেডৰুম, লিভিং ৰুম, অফিচ, স্কুল, ইনষ্টিটিউচন, ৰেষ্টুৰেণ্টকে আদি কৰি ফাৰ্নিচাৰৰ সকলো সমস্যা সমাধান কৰিব।এই বিপনীখনৰ মূল লক্ষ্য হৈছে সকলো ধৰণৰ আচবাবৰ প্ৰয়োজনীয়তা পূৰণ কৰা। ফাৰ্নিচাৰৱালা এক্সক্লুছিভ শ্ব'ৰুমটো আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে স্বত্বাধিকৰি তথা চাৰি দশকৰ অভিজ্ঞতা থকা মদন লাল মালুৱে। উক্ত অনুষ্ঠানত যুৱ উদ্যোগী মোহিত মালু, সমৃদ্ধি মালু, ৰঞ্জিত মালু, সুৰেশ মালুকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মালুৱে কয় যে গ্ৰাহকসকলে আমাৰ চিগনেছাৰ সামগ্ৰী বিশেষ কৈ চোফা ছেট, ডাইনিং ছেট, আলমিৰা, ড্ৰেছিং টেবুল, বিচনা, ৱাৰ্ডৰোব আদি কৰি বিভিন্ন আচবাব। গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসৰি গেৰাণ্টিৰ সৈতে কাঠৰ অনুকূলিত আচবাবৰ সুবিধা প্ৰদান কৰা হব। যিকোনো ধৰণৰ গৃহ, কাৰ্যালয়, বিদ্যালয়, প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্টৰ কাঠৰ আচবাবৰ বাবে গ্ৰাহকে ফাৰ্নিচাৰৱালা শ্ব'ৰুমৰ পৰা ক্ৰয় কৰিব পাৰি।এখন চালৰ তলত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ সকলো ধৰণৰ কাঠৰ আচবাব প্ৰদান কৰাই আমাৰ মূলমন্ত্ৰ বুলি তেওঁ উল্লেখ কৰে।
Post Top Ad
Sunday, 2 April 2023

গুৱাহাটীৰ ভৰলুমুখত প্ৰথমটো আধুনিক লিভিং ষ্ট'ৰ ফাৰ্নিচাৰৱালা মুকলি
Tags
# -
# -গুৱাহাটী
Share This
About W7S News
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Newer Article
फ्लैगशिप लाइटिंग स्टूडियो ‘द लाइटरूम’ का उद्घाटन
Older Article
দিলীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণ
নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গ্ৰাম্য উন্নয়নৰ পথিকৃৎসকললৈ স্বীকৃতি
W7S NewsJul 13, 2025ৱমেনিয়াজৰ দুদিনীয়া "দ্য বিগ পপআপ" আৰম্ভনী
W7S NewsJun 13, 2025শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মহান প্ৰয়াসঃ পাঁচ হাজাৰ নামতিৰে গুৱাহাটী মহানগৰীত আয়োজন নাম-সমাৰোহ*
W7S NewsApr 10, 2025
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment