অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৫ ফেব্ৰুৱাৰীত সোণাপুৰৰ ডমৰা পথাৰত ব্লু কোৰ এনাৰ্জি প্ৰকল্পৰ ভূমি পূজা কৰে আৰু আধাৰশিলা উদ্বোধন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 March 2023

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৫ ফেব্ৰুৱাৰীত সোণাপুৰৰ ডমৰা পথাৰত ব্লু কোৰ এনাৰ্জি প্ৰকল্পৰ ভূমি পূজা কৰে আৰু আধাৰশিলা উদ্বোধন কৰে

 

W7s newsঅসমৰ  মাননীয় মুখ্যমন্ত্ৰী ড০ মহন্ত বিশ্ব শৰ্মাই যোৱা ২৫ ফেব্ৰুৱাৰীত  সোণাপুৰৰ ডমৰা পথাৰত ব্লু কোৰ এনাৰ্জি প্ৰকল্পৰ ভূমি পূজা কৰে আৰু আধাৰশিলা উদ্বোধন কৰে,গুৱাহাটী: উক্তএই সামূহিক প্ৰকল্পটোৰ জৰিয়তে উৎপাদন আৰু উৎপাদন দৰে কৃষিজাত আৱৰ্জনাৰ পৰা  জৈৱগেছ উৎপাদন কৰাৰ লগতে এক বহমক্ষম পৰিবেশ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। জৈৱগেছ প্ৰযুক্তি ১৯৮৫ চনত বিকশিত এক প্ৰযুক্তি কিন্তু এই প্ৰযুক্তিক সৰু পৰ্যায়ত ৰূপায়িত কৰা হৈছিল। ব্লু কোৰ এনাৰ্জি প্ৰতিষ্ঠানটোৱে সোনাপুৰ অঞ্চলত জৈৱগেছ প্ৰস্তত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এই উদ্যোগটোৱে প্ৰত্যক্ষভাৱে ২০০ তকৈও অধিক স্থানীয় লোক আৰু পৰোক্ষভাৱে


১০০০ লোকৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিব। বৰ্তমান এক বিকাশশীল অঞ্চললৈ পৰিবৰ্তন হোৱা সোনাপুৰ অঞ্চললৈ এই প্ৰকল্পটোৱে নিশ্চয়কৈ বিকাশৰ গতি তৰাম্বিত কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here