আজি তাজ ভিভান্তাত জে কে জে জুৱেলাৰ্ছৰ পল্কী গহনা প্রদর্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 March 2023

আজি তাজ ভিভান্তাত জে কে জে জুৱেলাৰ্ছৰ পল্কী গহনা প্রদর্শনী


 


W7s news,,গুৱাহাটী, ঃ মহানগৰৰ তাজ ভিভান্তাত কাইলৈ অৰ্থাৎ বুধবাৰে জে কে জে জুবালাৰ্ছে আয়োজন কৰিছে এদিনীয়াকৈ পক্ষী গহনা প্রদর্শনী। দেশৰ অন্যতম তথা অতিকৈ জনপ্রিয় গহনা ব্ৰেণ্ড জয়পুৰৰ জে কে জে জুৱেলাৰ্ছে গুৱাহাটীত এয়া প্রথমবাৰৰ বাবে আয়োজন কৰিছে পল্কী গহনা প্রদর্শনী। উক্ত প্রদর্শনীত জে কে জে জুবেলাৰ্ছে তেওঁলোকৰ এক্সক্লুচিভ আৰু অত্যাধুনিক ডিজাইনেৰে নিৰ্মিত গহনাসমূহ প্রদর্শন কৰা হ'ব। এই সন্দৰ্ভত জে কে জে জুৱেলাৰ্ছৰ যতীন মঙ্গুনে কয় যে জেকেজে জুৱালাৰ্ছ ১৮৬৮ চনত প্ৰতিষ্ঠা লাভ কৰা এক বিশ্বাসযোগ্য গহনা ব্ৰেণ্ড। জয়পুৰত আছে জে কে জে জুৱেলাৰ্ছৰ তিনিটাকৈ শ্ব'কম। জয়পুৰৰ এম আই বোড, মানস ৰবৰ আৰু বিদ্যাধৰ নগৰত অৱস্থিত জে কে জে জুৱালাৰ্ছত দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে নিজৰ প্ৰচণ্ডৰ গহনা ক্ৰয় কৰে। তেওঁ লগতে কয় যে এইবাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হীৰা আৰু পক্ষী গহনা প্ৰদৰ্শন কৰা হ'ব। আমি বিশ্বাস কৰো যে প্ৰতিগৰাকী কইনাই আমাৰ জে কে জে জুৱেলাৰ্ছৰ গহনা পিন্ধাৰ পিছত নিজকে এগৰাকী চেলিব্রেটী হিচাপে অনুভৱ কৰে। সত্যনাৰায়ণ মছুনে জে কে জে জুৱেলাৰ্ছ প্রতিষ্ঠা কৰিছিল। আজি জে কে জে জুরেলাছক নেতৃত্ব প্রদান কৰিছে তেওঁৰ ভাতৃ শ্যামসুন্দৰ প্রমোদ, শহীদ পুখৰাজ, সুনীল, অনিল, ছেতনে। গুৱাহাটীবাসীক জে কে জে জুৱেলাৰ্ছৰ প্ৰদৰ্শনী চাবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here