দক্ষিণগাঁও শাহী জামে মছজিদৰ নতুন কমিটি গঠন. - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 February 2023

দক্ষিণগাঁও শাহী জামে মছজিদৰ নতুন কমিটি গঠন.

 


.



W7s news গুৱাহাটী: গুৱাহাটী দক্ষিণগাঁও স্থিত শাহী জামে-মছজিদৰ পুৰণি কমিটি খন ভংগ কৰি আজি নতুন কমিটি গঠন কৰা হয়। 

উক্ত কমিটীখনৰ সভাপতি পদত হুছেইন আলী, সাধাৰণ সম্পাদক আবুল হুছেইন চিস্তি উপ-সভাপতি আব্দুল ছালাম, সহ:সম্পাদক শ্বহীদুৰ ৰহমানক নিৰ্বাচিত কৰা হয়।কাৰ্যকৰী সদস্য হিচাপে চৰীফউদ্দীন আহমেদ( ৰাজা) মীৰ আৰীফ হুছেইন, আবু চুফীয়ান আৰু মীৰজানুৰ ৰহমান সহ মুঠ ২৫ জনীয়া সদস্যৰে কমিটীখন গঠন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here