"ডুগডুগী"ৰ সৰ্বশ্ৰেষ্ঠ ১২ গৰাকী গ্ৰাহকলৈ আকৰ্ষণীয় উপহাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 February 2023

"ডুগডুগী"ৰ সৰ্বশ্ৰেষ্ঠ ১২ গৰাকী গ্ৰাহকলৈ আকৰ্ষণীয় উপহাৰ



W7s news গুৱাহাটী:


অসমৰ সকলোতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনা বাবে বিখ্যাত ১২ টাকৈ ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত  অসমৰ লগতে সৰ্বভাৰততো সকলোৰে পৰিচিত অসমীয়া কেচাসোনৰ প্ৰতিষ্ঠান ডুগডুগীয়ে প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো আগবঢ়াইছে 

 ভেলেণ্টাইন দে উপলক্ষে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে  ইচপিচিয়েল অফাৰ ৷নিজৰ প্ৰেয়সীক ন -ন গহণা উপহাৰ দিয়াৰ উদ্দেশ্যৰে উচিত আৰু সঠিক ৰেহাই দিয়াৰ লগতে উপহাৰ কুপনৰ জৰিয়তে পইচা ঘূৰাই পোৱা পলিচি দৰে এক ব্যতিক্ৰমী পদক্ষেপো  হাতত লোৱা হৈছে। তাৰোওপৰি অহা ৭ ফেব্ৰুৱাৰীৰ পৰা জুন ৩০ লৈকে যি সকল গ্ৰাহকে নূন্যতম ৩৫০০ টকাৰ গহনা ডুগডুগীৰ যি কোনো বিপনীৰ পৰা ক্ৰই কৰিব তেওঁলোকৰ মাজৰ পৰা মুঠ ১২ গৰাকী গ্ৰাহকক বৰ্ষৰ সৰ্ব শ্ৰেষ্ঠ গ্ৰাহক হিচাপে বাছনি কৰি আকৰ্ষণীয় উপহাৰ আগবহুৱা হব । ( উপহাৰ সমূহৰ বিষয়ে অথবা নিয়মাৱলি সমূহ ডুগডুগী ফেচবুক পে'জত উপলব্ধ হব) এই সুবিধাসমূহ উল্লেখ কৰা নিদ্ধাৰিত সময়লৈকে গ্ৰাহক সকলে লাভ কৰিব পাৰিব বুলি প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰ উৎপল বণিয়াই জানিবলৈ দিয়ে  ৷ তাৰোপৰি ডুগডুগীয়ে নতুনকৈ মুকলি কৰা www.dugdugi.in বেৱছাইটৰ যোগেদিও সেৱা সমূহ লাভ কৰিব পাৰিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here