উত্তৰ-পূবৰ বজাৰত নতুন সামগ্ৰী মুকলি মেক্ৰ'মেন মডাৰ্ণ বেছিকছৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 January 2023

উত্তৰ-পূবৰ বজাৰত নতুন সামগ্ৰী মুকলি মেক্ৰ'মেন মডাৰ্ণ বেছিকছৰ


 

গুড ভেল্যু মাৰ্কেটিঙ উদ্যোগত ৰিটেইলাৰ মিট


W7s news,,,গুৱাহাটী: দেশৰ আগশাৰীৰ ইনাৰৱেৰ নিৰ্মাতা প্রতিষ্ঠান মেক্রোমেনে তেওঁলোকৰ নতুন বিভাগ মেক্রোমেন মডাৰ্ণ বেছিকছৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰৰ বাবে মুকুলি কৰে নতুন সামগ্ৰী। উত্তৰ পূৱৰ বজাৰৰ বাবে গুড ভেল্যু মার্কেটিঙে গুৱাহাটী স্থিত কোম্পানী ডিষ্ট্রিবিউটৰ সকলৰ সৈতে আয়োজন কৰা ৰিটেইলাৰ মিটত নতুন সামগ্ৰী মুকলি কৰা হয়। উক্ত বৈঠকত ৰিটেইলাৰ মিট কোম্পানীৰ জোনেল চেলছ মেনেজাৰ শেষাদ্ৰি কুমাৰ চক্ৰৱৰ্তী আৰু আঞ্চলিক বিক্ৰী প্ৰৱন্ধক দীপাংকৰ মিত্ৰ, গুড ভেল্যু মাৰ্কেটিঙৰ বিমল কুমাৰ বাইদ, ৰণজিৎ বোথ্রা, যুৱ ব্যৱসায়ী য়শ বোথ্রাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।আনহাতে ১০০ তকৈও অধিক ৰিটেইলাৰৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মেক্রোমেন মডার্ণ বেছিকচ বিভাগে মুকুলি কৰা সামগ্ৰীসমূহ প্ৰশংসা কৰে। মধ্য আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোক সকলৰ কথা মনত ৰাখিয়ে ভেষ্ট, ব্রিফ, ট্রাংক, বক্সাৰ শ্বৰ্টচ, লাউঞ্জাৰ আদি নতুন সামগ্ৰী মুকুলি কৰা হয়। গুড ভেল্যু মাৰ্কেটিঙৰ বোথ্রা কয় যে ৰিটেইলাৰসকলৰ বাবে কোম্পানীটোৱে বহুতো আকর্ষণীয় আঁচনিও গ্রহণ কৰিছে। মেক্ৰ'মেন মডাৰ্ণ বেছিকছৰ নতুন সামগ্ৰী মুকলি কৰাৰ লগে লগে মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰ্ণ হব বুলি আশা প্ৰকাশ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here